• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোৱালকমৰ হাতত ধৰি জিঅ’-এ অতি শীঘ্রেই দেশত আৰম্ভ কৰিব 5G পৰিসেৱা : কম মূল্যতে দিব 5G স্মাৰ্টফোন!

by
October 22, 2020 7:48 am
IMG_5564
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত অতি শীঘ্ৰেই আৰম্ভ কৰা হ’ব 5G ইন্টাৰনেট পৰিসেৱা। ভাৰতীয় ব্যক্তিগত খণ্ডৰ টেলিকম সেৱা প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ’-এ ভাৰতত আৰম্ভ কৰিব এই সেৱা।

অৱশ্যে ভাৰতত এই সেৱা ৰিলায়েন্স জিঅ’-এ অকলে আৰম্ভ নকৰে। মাৰ্কিন প্ৰতিষ্ঠান কোৱালকমৰ হাতত ধৰি জিঅ’-এ ভাৰতত এই পৰিসেৱা আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছে।

Apply Now

কোৱালকমৰ সহায়ক সংস্থা ৰেডিচিছ ক’ৰ্পোৰেশ্যনৰ সহযোগত জিঅ’-এ ভাৰতত 5G সেৱা আৰম্ভ কৰিব। ইয়াৰ ফলত জিঅ’ ইন্টাৰনেট উপভোক্তাই অধিক দ্ৰুত গতিৰ ইন্টাৰনেট সেৱা লাভ কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে জিঅ’-এ।

ইতিমধ্যে 5Gৰ পৰীক্ষামূলক সেৱা আৰম্ভ কৰি সফল হোৱা বুলিও দাবী কৰিছে প্ৰতিষ্ঠানটোৱে। 5Gৰ এই পৰীক্ষামূলক সেৱাত ইন্টাৰনেটৰ গতি ১০০০ Mbps ৰপৰা ১ Gbpsৰো অধিক হোৱা বুলিও জনাইছে টেলিকম প্ৰতিষ্ঠানটোৱে।

এই পৰীক্ষামূলক পৰিসেৱা কোৱালকম 5G ৰাণ প্লেটফৰ্মে জিঅ’ 5GNRৰ সহযোগত আৰম্ভ কৰিছে। প্ৰতিষ্ঠান দুটা আশাবাদী যে এই পৰীক্ষা সফল হ’ব আৰু শীঘ্ৰে সমগ্ৰ দেশতে ইয়াৰ পৰিসেৱা আৰম্ভ কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে, বৰ্তমান দেশত জিঅ’ৰ লগতে আটাইবোৰ টেলিকম সেৱাৰ প্ৰতিষ্ঠানে 4G লাইট সেৱা প্ৰদান কৰি আছে। কিন্তু জিঅ’-এ কোৱালকমৰ সহযোগত এইবাৰ দেশৰ ইন্টাৰনেট উপভোক্তাক 4Gৰ পৰিৱৰ্তে 5G সেৱা প্ৰদানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

প্ৰতিষ্ঠানটোৱে জনোৱা মতে 5Gৰ সেৱাৰ লগতে অত্যন্ত কম মূল্যতে 5G এণ্ড্ৰয়েড স্মাৰ্টফোন ভাৰতীয় বজাৰত মুকলি কৰিব। অৱশ্যে এই সম্পৰ্কে প্ৰতিষ্ঠানটোৱে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও বজাৰলৈ 5G স্মাৰ্টফোন অহাটো প্ৰায় নিশ্চিত বুলিয়ে জানিব পৰা গৈছে।

প্ৰতিষ্ঠানটোৰ এক শীৰ্ষ বিষয়াৰ মতে ৫,০০০ টকাৰো কম মূল্যতে 5Gৰ স্মাৰ্টফোন গ্ৰাহকে লাভ কৰিবলৈ সক্ষম হ’ব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd