• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঙিয়াত মুকেশ হুণ্ডাইৰ এক্সক্লুছিভ শ্ব’ৰূম মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2018 5:50 pm
Mukesh Hyundai

ৰঙিয়াত মুকেশ হুণ্ডাইৰ শ্ব'ৰূম মুকলি কৰে ৰেড হৰ্ন আৰ্মি কেম্পৰ কৰ্নেল কমল চন্দ্ৰ কলিতাই। ১৫ ডিচেম্বৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগ্ৰণী প্ৰিমিয়াম কাৰ নিৰ্মাতা, হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে (এইচ্ছ এম আই এল) অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ ডিলাৰশ্বিপ নেটৱৰ্ক সম্প্ৰসাৰিত কৰিছে। এই সম্প্ৰসাৰণৰ অংশ হিচাপে শনিবাৰে ৰঙিয়াত ইয়াৰ প্ৰথমটো শ্ব’ৰূম আৰু ছাৰ্ভিচ চেণ্টাৰ মুকলি কৰে।

গ্ৰাহকক প্ৰিমিয়াম অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰেআৰম্ভ হোৱা এই নতুন ডিলাৰশ্বিপটো গোপাল নগৰ, ৰেড হৰ্ন আৰ্মি কেম্পৰ সমীপত স্থাপন কৰা হৈছে। আজি এই নতুন শ্ব’ৰূমটো অনুষ্ঠানিকভাৱে মুকলি কৰে ৰেড হৰ্ন আৰ্মি কেম্পৰ কৰ্নেল কমল চন্দ্ৰ কলিতাই। এই শ্ব’ৰূমটো মুঠ ৫,৫০০ বৰ্গ ফুটৰো অধিক পৰিসৰৰ।

Apply Now

শ্ব’ৰূম মুকলি কৰাৰ পিছত সংবাদ মাধ্যমক মুকেশ হুণ্ডাই কৰ্তৃপক্ষই জনায়, “এতিয়াৰ পৰা ৰঙিয়াৰ গ্ৰাহকসকলে হুণ্ডাই গাড়ী বুক কৰিবলৈ অথবা ছাৰ্ভিচ পাবলৈ গুৱাহাটীলৈ নগ’লেও হ’ব। ইয়াত একেখন চালিৰ তলতে বিভিন্ন সুবিধা লাভ কৰিব।”

“ৰঙিয়াৰ শ্ব’ৰূমটোৱে ফাইনেন্স তথা বীমাৰ সেৱা প্ৰদান কৰাৰ সমান্তৰালভাৱে এচেছৰিজ তথা স্পেয়াৰ পাৰ্টছো বিক্ৰী কৰিব,” মুকেশ হুণ্ডাইৰ এজন মুখপাত্ৰই কয়।

উল্লেখযোগ্য যে ৫টা শ্ব’ৰূমেৰে মুকেশ হুণ্ডাইৰ উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বৃহত্তম হুণ্ডাইৰ ডিলাৰশ্বিপ নেটৱৰ্ক আছে। বিগত বিত্তীয় বৰ্ষত এই ডিলাৰশ্বিপে প্ৰায় ২০০০খন গাড়ী বিক্ৰী কৰিছে। ইয়াৰ ভিতৰত হুণ্ডাই ক্ৰেটা, হুণ্ডাই গ্ৰেণ্ড আই-১০ আৰু হুণ্ডাই ইয়ন হৈছে সৰ্বাধিক বিক্ৰী হোৱা মডেল। ইয়াৰ উপৰি কোম্পানীটোৱে শেহতীয়াকৈ ভাৰতত মুকলি কৰিছে নতুন ছেণ্ট্ৰ’।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ১৯৯৯ চনত মহিলা উদ্যোগী কবিতা হিমৎসিংকাই ইয়াৰ আৰম্ভণি কৰিছিল, যিয়ে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ হুণ্ডাইৰ গাড়ী যোগান ধৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd