• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শনি দশা অন্ত পৰা নাই অৰ্ণৱ গোস্বামীৰ! : এইবাৰ মুম্বাই আৰক্ষীৰ শীৰ্ষ বিষয়াৰ মানহানিৰ গোচৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 4, 2021 9:25 am

2 min read

Arnab
186
VIEWS
Share on FacebookShare on Twitter

এইটোৰ পিছত সিটোকৈ বিপদৰ সন্মুখীন হৈছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী।

দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰা বুলি সততে বিতৰ্কিত সাংবাদিকগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ থকাৰ সময়তে মুম্বাই আৰক্ষীয়ে আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল অৰ্ণৱ গোস্বামীক।

সেই গোচৰত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত জামিন লাভ কৰাৰ পিছতে সাংবাদিকগৰাকীৰ সংবাদ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্থাপন হ’ল টিআৰপি কেলংকাৰি সংঘটিত কৰি অহাৰ গুৰুতৰ অভিযোগ। ইতিমধ্যে টিআৰপি কেলেংকাৰিৰ গোচৰ সাংবাদিকগৰাকীৰ সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইফালে তেনে সময়তে সাংবাদিক অৰ্ণৱ গোস্বামীৰ আৰু টিআৰপি কেলংকাৰিৰ মূল অভিযুক্ত কাৰাৰুদ্ধ BARCৰ চিইঅ’ পাৰ্থ দাসগুপ্তৰ সৈতে হোৱা হোৱাটছএপ মেচেজৰ স্ক্ৰীণশ্বট মুম্বাই আৰক্ষীয়ে ভাইৰেল কৰিছে। ইয়াৰ পিছতে সাংবাদিকগৰাকীৰ সামাজিক ভাৱমূৰ্তি যথেষ্ট ম্লান পৰা বুলি সমগ্ৰ দেশজুৰি চৰ্চা হৈছে।

ঠিক তেনে সময়তে বিতৰ্কিত সাংবাদিকগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে মুম্বাই আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই।

মুম্বাই আৰক্ষীৰ উপ আয়ুক্ত অভিষেক ত্ৰিমুখে বিতৰ্কিত সাংবাদিকগৰাকীৰ লগতে তেওঁৰ পত্নী সাম্যব্ৰত ৰায় গোস্বামী, ৰিপাব্লিক টিভিৰ কৰ্ণধাৰ তথা আউটলায়াৰ মিডিয়া প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধেও মানহানি গোচৰ ৰুজু কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত মুম্বাই আৰক্ষীৰ ডিএছপিৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। জানিব পৰা মতে চৰকাৰী আইনজীৱীৰ দ্বাৰা মানহানিৰ অভিযোগ দাখিল কৰাৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ পৰা ইয়াৰ মঞ্জুৰি লোৱা হৈছে।

ইয়াৰ পিছতে সংবিধানৰ ৪৯৯, ৫০০ আৰু ৫০১ ধাৰাত পত্নীসহ সাংবাদিক অৰ্ণৱ গোস্বামী বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd