• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই পি এল খেলাৰ সুযোগ নোপোৱাৰ বাবে এজন ক্লাব ক্ৰিকেটাৰৰ আত্মহত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 13, 2020 11:29 am

1 min read

আই পি এল খেলাৰ সুযোগ নোপোৱাৰ বাবে এজন ক্লাব ক্ৰিকেটাৰৰ আত্মহত্যা

প্ৰতিনিধিত্বমূলক চিত্ৰ

228
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল খেলাৰ সুযোগ নোপোৱাৰ বাবে মুম্বাইৰ এজন ক্লাব ক্ৰিকেটাৰে আত্মহত্যা কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

২৭ বছৰীয়া কৰণ তিৱাৰী নামৰ ক্ৰিকেটাৰজনে যোৱা সোমবাৰে নিশা মলাড (পূব)স্থিত নিজা ঘৰত চিপ লৈ আত্মহত্যা কৰে।

কৰণৰ এজন বন্ধুৱে জনোৱা মতে তেওঁ আই পি এল খেলিবলৈ সুযোগ নোপোৱাৰ বাবে বহু দিনৰ পৰা হতাশাত ভুগি আছিল।

জানিব পৰা মতে, কৰণে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আই পি এলৰ কেইবাটাও দলে চলোৱা অনুশীলনত বলিং কৰিছিল। তেওঁ ৰাজ্যিক দলত স্থান লাভৰ চেষ্টা কৰি আছিল।

উল্লেখ্য যে বি চি চি আইৰ নিয়ম অনুসৰি যিজন ক্ৰিকেটাৰে নিজ ৰাজ্যৰ হৈ যিকোনো বয়সৰে ক্ৰিকেটত অংশ লৈছে তেওঁ আই পি এলৰ নিলামত অংশ ল’ব পাৰে।

মুম্বাইত কৰণ ‍‘জুনিয়ৰ ডেল ষ্টেইন’ বুলি জনপ্ৰিয় আছিল। তেওঁৰ বলিং একশ্যন আৰু শাৰিৰীক গঠন দক্ষিণ আফ্ৰিকাৰ মহান বলাৰ ডেল ষ্টেইনৰ সৈতে মিল আছিল।

আৰক্ষীৰ মতে, কৰণে উদয়পুৰৰ এজন বন্ধুক ফোন কৰি আত্মহত্যা কৰাৰ কথা উল্লেখ কৰিছিল। তেওঁ আই পি এলত সুযোগ নোপোৱাত হতাশ হৈছিল। বন্ধুজনে কৰণৰ ভনীয়েকক লগে লগে সকলোবোৰ কথা অৱগত কৰে যদিও তেতিয়ালৈকে সকলোবোৰ পলম হৈ যায়।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd