• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আম্বানীৰ নেতৃত্বত পৰাস্ত বেইজিং! এছিয়াৰ ‘চহকী ৰাজধানী’ এতিয়া মুম্বাই; কিন্তু দেশ হিচাপে ভাৰতত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2024 12:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুকেশ আম্বানীৰ নেতৃত্বত বেইজিঙক পৰাস্ত কৰিছে মুম্বাইয়ে। প্ৰথমবাৰৰ বাবে বিলিয়নেয়াৰ সংখ্যাত (যাৰ ধন ১০০ কোটি মাৰ্কিন ডলাৰতকৈও অধিক) ভাৰতৰ অৰ্থনৈতিক ৰাজধানীয়ে চীনৰ ৰাজধানীক পিছ পেলাইছে। মুম্বাই চহৰ এতিয়া এছিয়াৰ বিলিয়নেয়াৰৰ ৰাজধানী হিচাপে পৰিগণিত হৈছে।

চীনৰ চাংহাইৰ হুৰুন ৰিচাৰ্চ ইনষ্টিটিউটে এই তথ্য সদৰী কৰিছে। সোমবাৰে তেওঁলোকে বিশ্বৰ আটাইতকৈ ধনীসকলৰ তালিকা প্ৰকাশ কৰে। দেখা যায় যে মুম্বাইত ৯২গৰাকী বিলিয়নেয়াৰ অৰ্থাৎ ১০০ কোটি মাৰ্কিন ডলাৰতকৈ অধিক সম্পত্তি থকা লোক আছে।

এছিয়াৰ কোনো চহৰৰ ইয়াৰ আগত নাই। কেৱল আমেৰিকাৰ নিউয়ৰ্ক আৰু ব্ৰিটেইনৰ লণ্ডনহে মুম্বাইতকৈ আগবাঢ়ি আছে। নিউয়ৰ্ক আৰু লণ্ডনত বিলিয়নেয়াৰৰ সংখ্যা ক্ৰমে ১১৯ আৰু ৯৭গৰাকী।

Apply Now

লগতে পঢ়কঃ পেটৰ ভিতৰত জীয়া মাছ! কোনোমতে প্ৰাণ লৈ চিকিৎসালয়ত উপস্থিত এজন ব্যক্তি, তাৰপিছত…

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুকেশ আম্বানীয়ে মুম্বাইক এইক্ষেত্ৰত নেতৃত্ব দিছে। ইয়াৰ উপৰিও আদানী গ্ৰুপৰ গৌতম আদানীকে ধৰি বিভিন্ন ব্যৱসায়িক নেতাই ২০২৩ চনৰ ভিতৰত মুম্বাইত ৭.৫ শতাংশ অৰ্থনৈতিক বৃদ্ধি ঘটাইছে। এবছৰতে ভাৰতে বিলিয়নেয়াৰৰ তালিকাত নতুনকৈ ৯৪ জন লোকক সংযোজন কৰিছে। ২০১৩ চনৰ পৰা ভাৰতত এবছৰত ইমান বেছি বিলিয়নেয়াৰৰ জন্ম হোৱা নাই।

কিন্তু বিলিয়নেয়াৰৰ তালিকাত শীৰ্ষত আছে চীন। চীনত বিলিয়নেয়াৰৰ সংখ্যা ৮১৪ গৰাকী। কিন্তু ২০২২ চনৰ পৰা চীনত বিলিয়নেয়াৰৰ সংখ্যা ১৫৫ গৰাকী হ্ৰাস পাইছে। ষ্টক মাৰ্কেটতো দুৰ্বল হৈ পৰিছে। এই তালিকাত ৮০০ বিলিয়নেয়াৰৰে দ্বিতীয় স্থানত আছে আমেৰিকা। ২০২৩ চনত আমেৰিকাত বিলিয়নেয়াৰৰ সংখ্যা ১০৯ গৰাকী বৃদ্ধি পায়।

লগতে পঢ়কঃ কৰ্ণাটকত খনি মাফিয়াক আদৰণি বিজেপিৰ; তেওঁৰ ৯টা দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰি আছে চিবিআইয়ে

ভাৰতত মুঠ বিলিয়নেয়াৰৰ সংখ্যা ২৭১ গৰাকী। ভাৰতৰ নতুন বিলিয়নেয়াৰৰ মুখৰ ভিতৰত আছে বিত্তীয় প্ৰতিষ্ঠান ষ্টাৰ্লিং ইনভেষ্টমেণ্টছৰ মুৰব্বী ৰোহিকা চাইৰাছ মিষ্ট্ৰী আৰু এছিয়ান পেইণ্টছৰ ইনা অশ্বিন ডানি। ভাৰতৰ আটাইতকৈ ধনী মানুহ, অৱশ্যেই মুকেশ আম্বানী। তেওঁৰ মুঠ সম্পত্তি ১১৫ বিলিয়ন ডলাৰ। দ্বিতীয় স্থানত আছে আদানী, তেওঁৰ সম্পত্তিৰ পৰিমাণ ৮৬ বিলিয়ন ডলাৰ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd