• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

WPL-2023: মহিলা আইপিএলৰ উদ্বোধনী মেচত মুম্বাইৰ হাতত বিধ্বস্ত গুজৰাট! ব্যৱধান ১৪৩ ৰাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2023 8:52 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ২০২৩ চনৰ মহিলা আই পি এলৰ (WPL) উদ্বোধনী খেলখন সম্পূৰ্ণ একপক্ষীয় হৈ পৰিছিল। খেলখনত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়ান্টছক ১৪৩ ৰাণত পৰাস্ত কৰে। হৰমনপ্ৰীত কৌৰে বিস্ফোৰক ৩০ টা বলত ৬৫ ৰাণৰ অপৰাজিত ইনিংছ খেলে।

বহুতে শনিবাৰে মুম্বাইত WPL-ৰ প্ৰথমখন খেলৰ পৰা কঠিন যুঁজৰ আশা কৰিছিল। দুৰ্ভাগ্যবশতঃ আদানি গ্ৰুপৰ গুজৰাট জায়াণ্টছে ডি ৱাই পাটিল ষ্টেডিয়ামত হাজাৰ হাজাৰ দৰ্শকক আকৰ্ষণীয় খেল দিব নোৱাৰিলে। তেওঁলোকে ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ হাতত একপক্ষীয়ভাৱে পৰাজিত হয়। মুম্বাইয়ে প্ৰথমখন খেলত যি ব্যৱধানত জয়ী হৈছে সেয়া মহিলা ক্ৰিকেটৰ এক অভিলেখ।

Apply Now

প্ৰথমে বেটিং কৰি মুম্বাইয়ে ২০ অভাৰত ৫ উইকেটত ২০৭ ৰাণ সংগ্ৰহ কৰে। অপেনাৰ হেইলি মেথিউছে ৩১ টা বলত ৪৭ ৰাণ সংগ্ৰহ কৰে। এমেলিয়া কেৰে ২৪ টা বলত ৪৫ ৰাণ সংগ্ৰহ কৰে। অৱশ্যে, অধিনায়ক হৰমনপ্ৰীত কৌৰ মুম্বাইৰ বাবে আছিল ছুপাৰষ্টাৰ। তেওঁ মাত্ৰ ৩০ টা বলত ৬৫ ৰাণ সংগ্ৰহ কৰিছিল। সৰ্বাধিক, হাৰমনে ১৪ টা বাউণ্ডেৰী মাৰে। মুম্বাইয়ে তেওঁৰ বিধ্বংসী ইনিংছৰ বলত ২০ অভাৰত ২০৭ ৰাণ সংগ্ৰহ কৰে।

PTI03_04_2023_000235B

মহিলা ক্ৰিকেটত ২০৮ ৰাণৰ লক্ষ্য সঁচাকৈয়ে বৃহৎ প্ৰত্যাহ্বান। গুজৰাট জায়ান্টছে সেই বৃহৎ ৰাণৰ চাপ চম্ভালিব নোৱাৰিলে। আৰম্ভণিৰ পৰাই এটাৰ পিছত এটা উইকেট পৰি থাকিল। এটা সময়ত গুজৰাটে মাত্ৰ ২৩ ৰাণত ৭ টা উইকেট হেৰুৱায়।

অধিনায়ক মুনিৰ আঘাত দলটোৰ বাবে হৈ পৰিছিল ডাঙৰ বাধা। শেষত হেমলতাই অলপ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে। তেওঁ ২৯ ৰাণ সংগ্ৰহ কৰে। কিন্তু সেইটো উদ্ধাৰৰ বাটত তেনেই নগণ্য আছিল। গুজৰাটৰ ইনিংছ ৬৮ ৰাণত সমাপ্ত হয়। সেই সূত্ৰে মুম্বাই বিজয়ী হয় ১৪৩ ৰাণত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd