• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিংছ ইলেভেন পঞ্জাৱক ৪৮ৰাণত হৰুৱাই জয়ী মুম্বাই ইণ্ডিয়ানছ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 2, 2020 7:26 am
rohit-krunal-784x441

পঞ্জাৱৰ বিৰুদ্ধে উইকেট লাভৰ পাছত ক্ৰুনালৰ সৈতে মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমে বেটিং কৰি আৰম্ভণিতে কিছু শলঠেকত পৰিলেও পাছলৈ আক্ৰমণাত্মক খেলি মুম্বাই ইণ্ডিয়ানছে বৃহস্পতিবাৰে খেলোৱা আইপিএলৰ এখন মেচত কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে বিজয় সাৱ্যস্ত কৰে।

আবু ধাবিত খেলোৱা গুৰুত্বপূৰ্ণ মেচখনত পঞ্জাৱক ৪৮ৰাণত পৰাজিত কৰি মুম্বাইয়ে লীগ তালিকাৰ শীৰ্ষস্থানত উপনীত হয়।

Apply Now

টছত হাৰি প্ৰথমে বেটিং কৰা মুম্বাইয়ে নিৰ্দ্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত ১৯১ৰাণ কৰে।

প্ৰত্যুত্তৰত পঞ্জাৱে ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ১৪৩ৰামহে কৰিবলৈ সক্ষম হয়।

মুম্বাইৰ হৈ বেটিঙত অ’পেন কৰিবলৈ অহা কুইন্টন ডিককে কোনো ৰাণ কৰিবলৈ সক্ষম নহ’ল। মুম্বাইয়ে দলৰ স্ক’ৰ শূণ্য থাকোতেই প্ৰথম অভাৰতে এটা উইকেট হেৰুৱায়।

ইয়াৰ পাছতে সূৰ্যকুমাৰ যাদবো শীঘ্ৰেই ৰাণ-আউট হৈ যায়। কিন্তু অধিনায়ক ৰোহিত শৰ্মাই ঈষান কিষানক লগত লৈ ইনিংছ আগবঢ়াই নিয়ে।

ঈষান কিষানে ৩২টা বল খেলি ২৮ৰাণ কৰি আউট হয়। আনহাতে, ৰোহিতে ৪৫টা বলত ৭০ৰাণৰ এটা আক্ৰমণাত্মক ইনিংছ খেলে।

ৰোহিতে তেওঁৰ ইনিংছটোত মুঠতে ৮টা চাৰি আৰু ৩টা ছয় কোবায়।

শেষলৈ হাৰ্দিক পাণ্ডিয়াৰ সৈতে পোলাৰ্ডে বিস্ফোৰক খেল খেলে। পাণ্ডিয়াই ৩টা চাৰি আৰু ২টা ছয়েৰে ১১টা বলত ৩০ ৰাণ কৰাৰ বিপৰীতে পোলাৰ্ডে ৩টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ২০টা বলত ৪৭ৰাম কৰি অপৰাজিত হৈ ৰয়।

পঞ্জাৱৰ হৈ ছামি, কটৰেল আৰু গৌতমে এটাকৈ উইকেট লাভ কৰে।

আনহাতে, পঞ্জাৱৰ হৈ নিকোলাছ পুৰানে সৰ্বোচ্চ ৪৪ৰাণ কৰে। তেওঁ ২৭টা বলৰ ইনিংছটোত ৩টা চাৰি আৰু ২টা ছয় কোবায়।

ইয়াৰ বাহিৰে পঞ্জাৱৰ হৈ লোকেশ ৰাহুলে ১৭, মায়ংক আগৰৱালে ২৫, মেক্সৱেলে ১১ আৰু গৌতমে অপৰাজিত ২২ৰাণ কৰে।

মুম্বাইৰ হৈ বুমৰাহ, পেটিনছন আৰু চাহাৰে দুটাকৈ উইকেট দখল কৰে। ব’ল্ট আৰু ক্ৰুনল পাণ্ডিয়াই এটাকৈ উইকেট লাভ কৰে।

কিৰেন পোলাৰ্ডক মেন অফ দ্য মেচৰ বঁটা দিয়া হয়।

মুম্বাইয়ে এই খেলখনৰ জয়ৰ পাছত ৪খন মেচত ৪ পইন্ট লাভ কৰি লীগ তালিকাৰ শীৰ্ষস্থানত উপনীত হয়। আনহাতে পঞ্জাৱ তালিকাৰ ৬নম্বৰ স্থানতে ৰয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd