• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইতিহাস গঢ়াৰ সুযোগ! মুম্বাইত ট্ৰায়েলৰ বাবে আমন্ত্ৰণ লাভ ১৬ বছৰীয়া নাগা স্পিনাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 31, 2021 9:13 am

1 min read

Nagaland sppiner
227
VIEWS
Share on FacebookShare on Twitter

দেশৰ ক্ৰিকেট ইতিহাসত ভাৰতীয় দল বা আইপিএলত কোনোদিনে নাগালেণ্ডৰ ক্ৰিকেটাৰে খেলাৰ উদাহৰণ নাই। কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম ঘটিল।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া জাতীয় দলত ক্ৰিকেটাৰৰ আগমন ঘটিছে। আইপিএলৰ দলসমূহতো বহু নতুন প্ৰতিভাৰ সন্ধান পোৱা গৈছে।

ইয়াৰ মাজতে মুম্বাই ইণ্ডিয়ানছৰ হৈ ইতিহাস গঢ়াৰ পথত আগবাঢ়িছে নাগালেণ্ডৰ ১৬ বছৰীয়া এগৰাকী স্পিনাৰে। এইদৰে প্ৰথমগৰাকী নাগালেণ্ডৰ ক্ৰিকেটাৰ হিচাপে ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে খেইবৃৎছো কেনছে।

ক্ৰিকেটাৰ গৰাকীকমুম্বাই ইণ্ডিয়ানছৰ ট্ৰায়েলৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। ট্ৰায়েলত সনউষ্ট হ’লে আইপিএলত চুক্তিবদ্ধ হোৱাৰ সুযোগ আহিব পাৰে কেনছৰ।

নাগালেণ্ডৰ ১৬ বছৰীয়া লেগ স্পিনাৰগৰাকীৰ ছৈয়দ মুস্তাক আলী ট্ৰফীত অভিষেক ঘটিছে। মাত্ৰ চাৰিখন মেচ খেলি সাতটা উইকেট দখল কৰিছে স্পিনাৰগৰাকীয়ে।

বাতৰি অনুসৰি, খেইবৃৎছো কেনছে ইতিমধ্যে মুম্বাইৰ ট্ৰায়েলত যোগ দিছে।

ৰোহিত শৰ্মাৰ নেতৃত্বৰ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলাৰ সুযোগ পালে নাগালেণ্ডৰ স্পিনাৰগাৰীকয়ে দেশৰ ক্ৰিকেট পণ্ডিতসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰো সুযোগ লাভ কৰিব।

Recent News

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd