• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মহিলাক হত্যাৰ প্ৰতিবাদত অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ হুমকি আমছুৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
September 7, 2018 6:33 pm
Murder-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰৰ নাওবৈচাৰ অন্তৰ্গত বৰচলা নিবাসী এগৰাকী মহিলা শ্ৰমিকক অৰুণাচলত হত্যা কৰাৰ লগতে তেওঁৰ স্বামীকো গুৰুতৰভাৱে আহত কৰাৰ ঘটনাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমছুৱে চুবুৰীয়া ৰাজ্যখনৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা মহিলাগৰাকীৰ হত্যাৰ উচিৎ ক্ষতিপূৰণ দাবী কৰিছে।

ঘটনাৰ বিৱৰণি মতে, আয়েছা খাতুন (৪৫) নামৰ মহিলাগৰাকীক অৰুণাচলৰ নাহৰলগুনৰ পাপু বস্তিত বুধবাৰে নিশা ৩জন আততায়ীয়ে হত্যা কৰে। মহিলাগৰাকীৰ স্বামী ৰমজান আলীও (৫৫) আততায়ীকেইজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আক্ৰমণৰ সময়ত দম্পতীহাল তেওঁলোকৰ খেতি পথাৰত থকা পঁজাঘৰত আশ্ৰয় লৈ আছিল।

Apply Now

উল্লেখ্য যে  দম্পতীহালে বিগত ২০ বছৰ ধৰি অৰুণাচলত কৃষি বনুৱা হিচাপে জীৱন নিৰ্বাহ কৰি আছিল।

মহিলাগৰাকীৰ হত্যাৰ প্ৰতিবাদত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা অৰ্থাৎ আমছুৰ লখিমপুৰ গোটে বিষয়টো উত্তৰ লখিমপুৰ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে আৰু আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে দোষীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী তোলে। লগতে নিহত মহিলাগৰাকীৰ নিকটাত্মীয়ক ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী তোলে।

এগৰাকী আমছু নেতাই কৈছে যে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে ৩জন আততায়ীক চিনাক্ত কৰিছে কিন্তু এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত আছে। অৰুণাচল প্ৰদেশৰ প্ৰশাসনে যদিহে সংগঠনটোৰ দাবী মানি নলয়, তেন্তে অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰাৰ হুমকি দিছে আমছুৱে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd