DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোজাইৰ নাবালক হত্যাকাৰীক আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
May 31, 2019 10:05 am
hojai-murder

অভিযুক্ত দেৱীলাল চৌহান। ফটো : নৰ্থইষ্ট নাও

794
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰ হোজাইত সংঘটিত এগৰাকী নাবালকৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক বৃহস্পতিবাৰে আদালতে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে।

হোজাইৰ শংকৰদেৱ নগৰ আদলতৰ অতিৰিক্ত জিলা তথা সত্ৰ ন্যায়াধীশ নগেন ছেনাবায়া দেউৰীয়ে বৃহস্পতিবাৰে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰটোৰ ৰায় দান কৰে। উক্ত ঘটনাত যোৱা বছৰৰ ৩০ এপ্ৰিলত খুড়াকে তেওঁৰ নিজৰ পাঁচ বছৰীয়া ভতিজাকক হত্যা কৰিছিল।

আদালতে অভিযুক্ত দেৱীলাল চৌহানক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১৫,০০০ টকাৰ জৰিমনাও বিহে।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ৩০ এপ্ৰিলত হোজাইৰ দৰিয়া বস্তিৰ দেৱীলাল চৌহানে তেওঁৰ নিজৰ পাঁচ বছৰীয়া ভতিজাক সেৱক লাল চৌহান ওৰফে চন্দন লাল চৌহানক এক চোকা অস্ত্ৰৰে হত্যা কৰিছিল।

এই হত্যাকাণ্ড সংঘটিত কৰিয়েই দেৱীলাল থমকি ৰোৱা নাছিল। তেওঁ সেৱক লাল চৌহানক বচাবলৈ চেষ্টা কৰা তেওঁৰ পত্নী আৰু ভতিজীকো হত্যা কৰাৰ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে কোনোমতে নিজক বচাবলৈ সক্ষম হৈছিল আৰু দেৱীলাল ঘটনাস্থলীৰ পৰা পলাই গৈছিল।

দুই ভাতৃ দেৱীলাল চৌহান আৰু ভাৰত চৌহানৰ মাজত সম্পত্তিক লৈ চলি থকা দীৰ্ঘদিনীয়া বিবাদৰ পৰিণতিতে এই ভয়াবহ ঘটনাটো সংঘটিত হৈছিল।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd