DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চাঞ্চল্যকৰ! ইংলেণ্ডত মহাকাশৰ পৰা সৰিল পৃথিৱীতকৈও পুৰণি এটুকুৰা শিল…

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2021 5:34 pm
385
VIEWS
Share on FacebookShare on Twitter

লণ্ডনৰ ‘নেচাৰেল হিষ্ট’ৰী মিউজিয়াম’ত সংগ্ৰহ কৰি ৰখা এটুকুৰা শিলৰ টুকুৰাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মিউজিয়ামটোৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা এটা প’ষ্টত ‘মেটেৰিয়ৰিট’ প্ৰজাতীৰ শিলৰ টুকুৰাটোৰ বয়স চাৰি বিলিয়ন বছৰ বুলি কোৱা হৈছে, যিসময়ত সূৰ্যৰো বয়স কম আছিল।

প’ষ্টটোত কোৱা হৈছে যে শিলৰ টুকুৰাটোৱে অসংখ্য ত্ৰিলিয়ন কিলোমিটাৰ ভ্ৰমণ কৰি কৰি অৱশেষত মিউজিয়ামত নিজৰ যাত্ৰা সমাপ্ত কৰিছে।

প’ষ্টটোত মিউজিয়ামটোৱে এটা ব্লগৰো লিংক সংলগ্ন কৰিছে, য’ত শিলটুকুৰাৰ বিষয়ে সবিশেষ লিখা হৈছে।

 

View this post on Instagram

 

A post shared by Natural History Museum (@natural_history_museum)

ক’লাৰঙৰ দুষ্প্ৰাপ্য শিলটুকুৰা ইংলেণ্ডত পোৱা হৈছিল।

প’ষ্টটোত সন্নিৱিষ্ট লিংকটোত কোৱামতে, ইংলেণ্ডৰ গ্ল’চেষ্টাৰশ্বায়াৰৰ ৱিন্সকম্বে নামৰ ঠাইখনত ২৮ ফেব্ৰুৱাৰীৰ ৰাতি এঘৰ মানুহে ওপৰৰ পৰা কিহবা পৰাৰ শব্দ শুনে।

ৰাতিপুৱা ঘৰৰ বাগিচাত তেওঁলোকে দেখে যে এটুকুৰা শিল পৰি আছে।

লগালগ তেওঁলোকে বিজ্ঞানী সংস্থা এটাৰ স’তে যোগাযোগ কৰে।

বিজ্ঞানীসকলে শিলৰ টুকুৰাটো মহাকাশৰ পৰা সৰা বুলি নিশ্চিত হয়।

বিজ্ঞানীসকলে শিলৰ টুকুৰাটো পৃথিৱীৰ সৃষ্টিৰ আগতেই গঠন হোৱা বুলি অনুমান কৰিছে।

উক্ত শিলটুকুৰাৰ উপৰিও মানুহঘৰৰ বাগিচাত কিছু দিনলৈকে কেইবাটুকুৰাও এনেধৰণৰ শিলৰ টুকুৰা পোৱা গৈছে বুলি মিউজিয়ামটোৰ এজন গৱেষক ডঃ এছলী কিঙে ব্লগটোত লিখিছে।

”দেখিবলৈ ই কয়লাৰ দৰে। ৰং অত্যন্ত ক’লা, কিন্তু ই বহুত কোমল আৰু বিৰাট ভংগুৰ।”- গৱেষকজনে লিখিছে।

ইনষ্টাগ্ৰামত প’ষ্টটো শ্বেয়াৰ কৰাৰ পাছতে অসংখ্য লোকে কমেণ্ট বক্সত শিলটুকুৰাৰ বিষয়ে উৎসুকী হৈ পৰিছে।

Recent News

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd