• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰত সেনাক উভতি ধৰিলে বিদ্ৰোহীয়ে: আৰক্ষী চকীত আক্ৰমণ,নিৰাপত্তাৰক্ষীক হত্যা

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2021 7:39 pm
sk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্পূৰ্ণ অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ক্ষমতা কাঢ়ি লোৱা ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে ক্ৰমাৎ শক্তিশালী ৰূপত থিয় দিছে দেশ খনৰ নৃ-গোষ্ঠীয় বিদ্ৰোহী সংগঠন সমূহে।

সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে ম্যানমাৰ-চীন সীমান্তৰ জাদে নামৰ চহৰ খনত থকা এখন আৰক্ষী চকীত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। আক্ৰমণটো ইমানেই ভয়াৱহ আছিল যে এখন আৰক্ষীৰ বাহন জ্বলন্ত অৱস্থাতে ওপৰলৈ চিটিকি পৰে।

Apply Now

শেহতীয়াকৈ প্ৰকাশ পোৱা আক্ৰমণৰ ভিডিঅ’টোত বহু কেইজন নিৰাপত্তৰক্ষীৰ মৃতদেহ পৰি থকা দেখা গৈছে। সেনাৰ বিৰুদ্ধে এই আক্ৰমণৰ ঘটনাটো সংঘটিত কৰিছে সেনা অভ্যুত্থানৰ পিছতে গঠন হোৱা পিপ’লছ ডিফেঞ্চ পোৰ্চ নামৰ বিদ্ৰোহী সংগঠনটোৱে।

জানিব পৰা মতে এই আক্ৰমণত ১৫ জন চৰকাৰী নিৰাপত্তাৰক্ষী নিহত হৈছে।

উল্লেখ্য ৰক্তাক্ত ম্যানমাৰলৈ আজিও উভতি অহা নাই শান্তি। প্ৰায় প্ৰতিদিনেই দেশ খনৰ সামৰিক শাসকে হত্যা কৰি গৈছে ইজনৰ পিছত সিজনকৈ লোক।

নিৰস্ত্ৰ প্ৰতিবাদকৰীৰ বিৰুদ্ধে জিঘাংসু আক্ৰমণ সংঘটিত কৰা ম্যানমাৰৰ সেনাৰ বিৰু্দ্ধে এইবাৰ সশস্ত্ৰ প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে সাজু হৈছে দেশ খনৰ কেইবাটাও বিদ্ৰোহী সংগঠন।

সেইমৰ্মে বহু কেইটা বিদ্ৰোহী সংগঠনে সেনাক উৎখাত কৰাৰ বাবে সন্মিলিত ভাবে যুঁজ দিয়াৰ সংকল্প লৈছে।

ইতিমধ্যে দেশ খনৰ বহু ঠাইত ম্যানমাৰৰ সেনাৰ বিৰুদ্ধে বিদ্ৰোহী সংগঠনে ভয়ংকৰ আক্ৰমণো সংঘটিত কৰিছে।

ম্যানমাৰৰ বিদ্ৰোহী সংগঠন কাৰণে নেচনেল ইউনিয়নে সকলো বিদ্ৰোহ সংগঠনকে একত্ৰিত হৈ সেনৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান জনাইছিল।

সংগঠনটোৰ নেতা জেনেৰেল বাও কেয়াওৱে বহু কেইটা বিদ্ৰোহী সংগঠনলৈ লিখা পত্ৰত এইবুলি উল্লেখ কৰিছিল যে বিগত ৭০ বছৰে এনে সুযোগ অহা নাছিল। এতিয়া সেনাৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুঁজাৰ সময় আহি পৰিছে।

ম্যানমাৰত সেনাৰ অভ্যুত্থানৰ পাছত গণতন্ত্ৰকামী নাগৰিকৰ প্ৰতিবাদত গুলী চলাই তথা বিভিন্ন স্থানত অভিযান চলাই সাতশৰো অধিক লোকক হত্যা কৰা হৈছে।

বাতৰি অনুসৰি, বহু সংখ্যক লোকক গুলীয়াই নিহত কৰাৰ উপৰি এতিয়ালৈকে ৩হাজাৰ ১২জন লোকক কাৰাবন্দী কৰি ৰখা হৈছে।

তদুপৰি, ৬৫৬জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। এইসকলৰ ভিতৰত আছে দেশখনৰ ৰাজনীতিক, চেলিব্ৰেটি তথা সাধাৰণ নাগৰিক।

উল্লেখযোগ্য যে যোৱা নৱেম্বৰত অনুষ্ঠিত দেশখনৰ নিৰ্বাচনত প্ৰৱঞ্চনাৰ অভিযোগ তুলি ম্যানমাৰৰ সেনা বাহিনীয়ে যোৱা ১ ফেব্ৰুৱাৰীত ক্ষমতা দখল কৰে।

সেনাই দেশখনৰ ৰাষ্ট্ৰপতি উইন্ট মিন্ট তথা তদানীত্বন শাসকীয় দলৰ এন এল ডিৰ নেত্ৰী আং ছান ছ্যু কীকে ধৰি শীৰ্ষ ৰাজনৈতিক নেতাসকলক গ্ৰেপ্তাৰ কৰে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd