• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰক্তাক্ত ম্যানমাৰ: আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত নিহত ১৮ গৰাকী প্ৰতিবাদকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2021 12:44 pm
a man
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰিক শাসকে বলপূৰ্বক ক্ষমতাৰ বাঘজৰী কাঢ়ি লোৱাৰ পিছত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ম্যানমাৰ কালি ৭ গৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছত আজি পুনৰ দেশ খনত নিহত হৈছে ১৮ গৰাকী প্ৰতিবাদকাৰী।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আজি ম্যানমাৰৰ য়াংগুনকে ধৰি ডাৱেই আৰু মাণ্ডালয়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাৰ ফলত ১৮ গাৰী প্ৰতিবাদকাৰী নিহত হৈছে।

Apply Now

আৰক্ষীৰ আক্ৰমণত আহত হৈছে শতাধিক প্ৰতিবাদকাৰী।

ইপিনে শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ সাৱস্ত্য কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটনাক আমেৰিকাই কঠোৰ ভাষাৰে নিন্দা কৰিছে। আমেৰিকাই ইতিমধ্যে ম্যানমাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে।

উল্লেখ্য দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনত গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু জুণ্টাই আটক কৰি ৰখা আং চান চু কীসহ দেশখনৰ আটাইসকল নেতাৰ মুকলি দাবীত প্ৰধান প্ৰধান চহৰসমূহ প্ৰতিবাদত উত্তাল হৈ আছে।

১ ফেব্ৰুাৱাৰিত দেশখনত সামৰিক অভ্যুত্থান হোৱাৰে পৰা যোৱা এমাহে গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু আং চান চু কীসহ আটকাধীন সকলোবোৰ নেতাৰ মুক্তিৰ দাবীত দেশখনৰ প্ৰধান প্ৰধান চহৰসমূহত নিৰন্তৰ প্ৰতিবাদ অব্যাহত আছে।

সামৰিক শাসকৰ নিৰ্দেশত দেশখনৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী জনতাৰ ওপৰত অকথ্য অত্যাচাৰ চলোৱাৰ লগতে গুলীচলনাও কৰি আহিছে।

দেওবাৰে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাত ৭ গৰাকী প্ৰতিবাদকাৰী নিহত হৈছে। আজি দেশখনত সামৰিক শাসক বিৰোধী প্ৰতিবাদত মৃত্যু হোৱা প্ৰতিবাদকাৰীৰ সংখ্যা ২৮ গৰাকীলৈ বৃদ্ধি পালে।

য়াংগুণত  উলিওৱা প্ৰতিবাদী সমদললৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাত বহু কেইগৰাকী  প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়তো প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাত আন কেইবাজনো লোকৰ মৃত্যু হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd