• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ম্যানমাৰ : জুণ্টা বিৰোধী প্ৰতিবাদৰ সংবাদ পৰিৱেশন কৰা আৰু ৮ সাংবাদিকক গ্ৰেপ্তাৰ

যোৱা ১ ফেব্ৰুৱাৰিৰ সামৰিক অভ্যুত্থানৰ দিনৰ পৰা মাৰ্চলৈ গ্ৰেপ্তাৰ কৰা হৈছে ২৮ গৰাকী সাংবাদিক; কাৰাৰুদ্ধ হৈ আছে ১৪ গৰাকী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2021 12:34 pm
kzn
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ সামৰিক শাসক বিৰোধী বিক্ষোভৰ বাতৰি পৰিৱেশন কৰাৰ অভিযোগত যোৱা সপ্তাহত দেশখনৰ আৰু ৮ গৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে।

কেই জন নৱেই নামৰ এগৰাকী মহিলা সাংবাদিকক জুণ্টা বিৰোধী বিক্ষোভৰ বাতৰি পৰিৱেশন কৰাৰ অভিযোগত সামৰিক শাসকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

Apply Now

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি কাৰাৰুদ্ধ সাংবাদিকগৰাকীক আইনী সাহায্যৰ বাবে অধিবক্তা গ্ৰহণ কৰিবলৈ দিয়া নাই সামৰিক শাসকে।

কেই জন নৱেইক য়াংগুনৰ সামৰিক শাসক বিৰোধী প্ৰতিবাদস্থলীৰ পৰা সংবাদ পৰিৱেশন কৰি থাকোতে গ্ৰেপ্তাৰ কৰা হৈছিল।

একেদিনাই আং য়ে কু, য়ে মিয়াও কান্টস থেইন জাউ, হেইন পায়ে জাউ আৰু বানয়াৰ অ’ নামৰ সাংবাদিককেইজনক য়াংগুনৰ পৰা গ্ৰেপ্তাৰ কৰিছে সামৰিক শাসকে।

এই আটাইকেইগৰাকী সাংবাদিককে ইনছেইন কাৰাগাৰত বন্দী কৰি ৰখা হৈছে আৰু ১২ মাৰ্চলৈকে তেওঁলোকক নিজৰ জিম্মাত লৈছে সামৰিক শাসকে।

ইফালে যোৱা ২৫ ফেব্ৰুৱাৰিত দেশখনৰ চিংগিয়াঙ অঞ্চলৰ মনয়ৱাৰ পৰা অন্য দুগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰিছিল জুণ্টাই। অৱশ্যে দুয়োগৰাকী সাংবাদিকক পিছত জামিত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।

সাংবাদিকসকলক কি আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে সেয়া এতিয়াও স্পষ্ট বুলি নহয় প্ৰকাশ কৰিছে নিলাৰ খিনে নামৰ এগৰাকী আইনজীৱীয়ে।

পূৰ্বৰ ৫০৫(এ) দণ্ডবিধি আইনখন সংশোধন কৰি ৫০৫এ সংযোজন কৰা হৈছে আৰু এই ধাৰা অধীনত ‘ভুৱা বাতৰি’ পৰিৱেশন কৰাৰ অভিযোগত সাংবাদিকক সৰ্বাধিক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিব পাৰিব। এই আইনৰ অধীনতে সাংবাদিকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি বুলি ধাৰণা কৰা হৈছে।

ম্যানমাৰ নাও নামৰ এটা সংবাদ প্ৰতিষ্ঠানৰ মতে ১ ফেব্ৰুৱাৰি সামৰিক অভ্যুত্থানৰ দিনৰ পৰা মাৰ্চলৈকে অতি কমেও ২৮ গৰাকী সাংবাদিকক সামৰিক শাসকে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ১৪ গৰাকী সাংবাদিকক মুকলি কৰি দিয়া হৈছে যদিও বাকীসকল সাংবাদিক বৰ্তমানেও কাৰাৰুদ্ধ হৈয়ে আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd