• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2021 5:09 pm
210228015049-03-myanmar-protest-0228-mandalay-exlarge-169
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰিক অভ্যুথানৰ পিছত অধিক অৱক্ষয় ঘটিছে ম্যানমাৰৰ স্বাভাৱিক জনজীৱন তথা জীৱন-যাত্ৰা।

দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনত গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু জুণ্টাই আটক কৰি ৰখা আং চান চু কীসহ দেশখনৰ আটাইসকল নেতাৰ মুকলি দাবীত প্ৰধান প্ৰধান চহৰসমূহ প্ৰতিবাদত উত্তাল হৈ আছে।

Apply Now

উল্লেখ্য যে ১ ফেব্ৰুাৱাৰিত দেশখনত সামৰিক অভ্যুত্থান হোৱাৰে পৰা যোৱা এমাহে গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু আং চান চু কীসহ আটকাধীন সকলোবোৰ নেতাৰ মুক্তিৰ দাবীত দেশখনৰ প্ৰধান প্ৰধান চহৰসমূহত নিৰন্তৰ প্ৰতিবাদ অব্যাহত আছে।

সামৰিক শাসকৰ নিৰ্দেশত দেশখনৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী জনতাৰ ওপৰত অকথ্য অত্যাচাৰ চলোৱা লগতে গুলীচলনাও কৰি আহিছে।

দেওবাৰে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাত ৭ গৰাকী প্ৰতিবাদকাৰী নিহত হৈছে। ইয়াৰ লগে লগে দেশখনত সামৰিক শাসক বিৰোধী প্ৰতিবাদত মৃত্যু হোৱা প্ৰতিবাদকাৰীৰ সংখ্যা ১০ গৰাকীলৈ বৃদ্ধি পালে।

সংবাদ প্ৰতিষ্ঠান ৰয়টাৰৰ মতে দেশখনৰ বৃহত্তম চহৰ য়াংগুণত দেওবাৰে উলিওৱা প্ৰতিবাদী সমদললৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। এগৰাকী মহিলা হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ ফলতো মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মন্দালয়তো প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাত দুগৰাকী লোকৰ মৃত্যু হৈছে।

দেশখনৰ দাৱেই চহৰত তিনিগৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে। এই গুলীচালনাত আৰু বহু প্ৰতিবাদকাৰী আহত হৈছে বুলি জানিব পৰা গৈছে।

ইফালে স্থানীয় সংবাদ মাধ্যমৰ মতে দেশখনৰ য়াংগুনৰ হ্লেদান জিলাতো আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিছে। উক্ত গুলীচালনাত কোনো প্ৰতিবাদকাৰীৰ মৃত্যু হোৱা নাই যদিও পাঁচগৰাকীৰ প্ৰতিবাদকাৰীৰ গুৰুতৰভাৱে আহত হৈছে।

উল্লেখ্য যে শনিবাৰৰ পৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সামৰিক শাসকে সেনা-আৰক্ষীৰ দ্বাৰা কঠোৰ অভিযান আৰম্ভ কৰিছে। আজি দেওবাৰে এই অভিযানৰ দ্বিতীয়টো দিন।

দ্বিতীয় দিনটোতে চাৰিজনখকৈ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰাৰ পিছত আগন্তুক দিনত দেশখনৰ সামৰিক শাসকে প্ৰতিবাদকাৰীৰ ওপৰত আৰু অধিক কঠোৰ হোৱাৰ ইংগিত বহন কৰিছে বুলি ধাৰণা কৰা হৈছে।

স্মৰ্তব্য যে জুণ্টাই দেশখনৰ প্ৰতিবাদকাৰীৰ সমদলৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ জাৰি কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd