• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লিটল ফ্লাৱাৰ বিদ্যালয়ৰ চৌহদত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু

বিদ্যালয় চৌহদত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ প্ৰৱেশত বাধা অধ্যক্ষৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 28, 2020 3:10 pm

2 min read

indexa
82.8k
VIEWS
Share on FacebookShare on Twitter

পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে মহানগৰীৰ হাতীগাঁওস্থিত লিটল ফ্লাৱাৰ স্কুল।

বিদ্যালয়ৰ চৌহদত এগৰাকী যুৱতীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে।

বিদ্যালয়খনৰ চৌহদৰ পুখুৰীত উদ্ধাৰ হৈছে যুৱতীৰ মৃতদেহ।

যুৱতীগৰাকীৰ নাম ৰূপালী মুছাহাৰী (২০)। বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল যুৱতীগৰাকী।

যুৱতী গৰাকীৰ ঘৰ শোণিতপুৰ জিলাৰ মিছামাৰী আৰু পিতৃৰ নাম গান্ধী মুছাহাৰী।

বিদ্যালয় চৌহদত থকা গাহৰি ফাৰ্মত খাদ্য যোগান ধৰিবলৈ যোৱাৰ সময়ত পুখুৰীত পৰি মৃত্যু হোৱা বুলি সন্দেহ।

আজি পুৱাৰ ভাগত পুখুৰীত যুৱতীগৰাকীৰ চেণ্ডেল আৰু গাহৰিক দানা খুওৱা পাত্ৰ প্ৰত্যক্ষ কৰি বিদ্যালয়খনৰ অধ্যক্ষই খবৰ দিয়ে হাতীগাঁও আৰক্ষীক।

তাৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু NDRF বাহিনী উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

ইতিমধ্যে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰিবলৈ GMCH লৈ প্ৰেৰণ কৰা হৈছে।

ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

সাংবাদিকৰ পৰা পলয়ান কৰাৰ মুহূৰ্তত বিদ্যালয়খনৰ অধ্যক্ষ

ইপিনে, এই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে বিদ্যালয়ৰ কতৃপক্ষই। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকে বিদ্যালয়খনৰ অধ্যক্ষক এই বিষয়ে সোধাত কেমেৰাৰ সন্মুখৰ পৰা পলায়ন কৰা পৰিলক্ষিত হয়।

এয়া প্ৰকৃততে হত্যা নে দুৰ্ঘটনা সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd