• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 2:38 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীত পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বেলতলাৰ এটা ভাড়াঘৰত সুস্মিতা বসুমতাৰী নামৰ এগৰাকী যুৱতীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে। যুৱতীগৰাকীৰ ঘৰ ওদালগুৰি জিলাৰ নতুন নলবাৰী গাঁৱত। তেওঁ গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল। বুধবাৰে পুৱা তেওঁৰ মৃতদেহটো ভাড়াঘৰৰ ভিতৰত উদ্ধাৰ কৰা হয়।

মৰণোত্তৰ পৰীক্ষাৰ পিছত আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ পৰিয়ালক চমজাই দিয়ে। কিন্তু এই মৃত্যুৰ পিছতেই সুস্মিতাৰ পিতৃয়ে এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ মতে, সুস্মিতাই নিজে নিজৰ জীৱন শেষ কৰা নাই, বৰঞ্চ তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। এই সন্দৰ্ভত পিতৃয়ে হাতীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ দাবী অনুসৰি, মঙলবাৰে নিশা সুস্মিতাৰ লগত তেওঁৰ প্ৰেমিক আকাশ প্ৰসাদ আছিল।

Apply Now

পৰিয়ালৰ অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে পল্টনবজাৰৰ চলাপাৰা ৰোডৰ বাসিন্দা আকাশ প্ৰসাদক গ্ৰেপ্তাৰ কৰিছে। পৰিয়ালটোৱে দাবী কৰিছে যে আকাশে সুস্মিতাক মানসিক নিৰ্যাতন চলাই এই চৰম সিদ্ধান্ত ল‘বলৈ বাধ্য কৰাইছিল। জানিব পৰা মতে, সুস্মিতাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ পিছতো আকাশে আন যুৱতীৰ লগতো অবৈধ সম্পৰ্ক ৰাখিছিল।

মঙলবাৰে নিশা আকাশ আৰু সুস্মিতাই বেলতলাৰ ভাড়াঘৰত একেলগে আছিল। সেই সময়তে আন যুৱতীৰ সৈতে থকা সম্পৰ্কক লৈ দুয়োৰে মাজত তীব্ৰ কাজিয়া হৈছিল। নিশা ১ বজালৈকে দুয়োৰে মাজত যোগাযোগ হৈ আছিল বুলি জানিব পৰা গৈছে। কিন্তু বুধবাৰে পুৱা ৭ বজাৰ পৰা সুস্মিতাৰ লগত কোনেও যোগাযোগ কৰিব পৰা নাছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে পুৱতি নিশা এই দুখজনক ঘটনাটো সংঘটিত হৈছে আৰু বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

June 11, 2026 3:15 pm
গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

June 11, 2026 2:38 pm
ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

June 11, 2026 2:37 pm
মে’ মাহত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই ২২ৰ পৰা ৩০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল শুল্কমুক্ত কৰিলে কেন্দ্ৰই

মে’ মাহত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই ২২ৰ পৰা ৩০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল শুল্কমুক্ত কৰিলে কেন্দ্ৰই

June 11, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

June 11, 2026 3:15 pm
গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

June 11, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd