• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চমৎকাৰ! সাগৰৰ পৰা ভাহি আহিল সোণ-ৰূপৰ অলংকাৰ; দেখি হতবাক স্থানীয় বাসিন্দা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2020 9:24 am

1 min read

Gold-silver jwellery washes up

ফটো: সংগৃহিত।

382
VIEWS
Share on FacebookShare on Twitter

কৰ’না পৰিস্থিতিয়ে ২০২০চনটোক এক অভিশাপৰ বৰ্ষ বুলি অভিহিত কৰাৰ সময়তে এখন গাঁৱৰ বাসিন্দাই এই বৰ্ষটোক ভগৱানৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছে।

এই বিশ্বত প্ৰতি নিয়ত বহু চমৎকাৰ ঘটনা সংঘটিত হৈ থাকে। তাৰে কিছুমান আমি গম পাওঁ আৰু আন বহু ঘটনা আমাৰ অলক্ষিতে থাকি যায়।

ইয়াৰে কিছুমানে আমাৰ জীৱনলৈ বিপদ কঢ়িয়াই আনে আৰু আন দুই এটা ঘটনাই লৈ আনে সমৃদ্ধিৰ বতৰা।

শেহতীয়াকৈ এনে এক ঘটনাই ঘটিছে ভেনিজুৱেলাৰ এখন গাঁৱত। য’ত হঠাতে সাগৰৰ পৰা ভাহি আহিছে সোম-ৰূপৰ অলংকাৰ।

বাতৰি অনুসৰি, কিছুদিন পূৰ্বে হঠাতে সাগৰৰ পাৰত ভেনিজুৱেলাৰ ভিতৰুৱা গাঁও গুয়াকাৰ এজন ব্যক্তিয়ে এডাল সোণৰ হাৰ পালে। হাৰডালত যীশুখ্ৰীষ্টৰ মাতৃ মেৰিৰ ছবি খোদিত কৰা আছিল।

কথাটো প্ৰচাৰ হোৱাৰ পাছত গুয়াকা গাঁওৰ আন বাসিন্দাসকলেও সাগৰ তীৰত সোণ আৰু ৰূপৰ অলংকাৰ বিচৰা আৰম্ভ কৰে। তাত তেওঁলোকৰ মনোকামনা পূৰণো হ’ল।

প্ৰায় দুই হাজাৰতকৈয়ো অধিক লোকে বিভিন্ন ধৰণৰ সোম-ৰূপৰ অলংকাৰ বুটলি আনিবলৈ সক্ষম হ’ল। কিছুমানে এক-ডেৰ হাজাৰ ডলাৰৰ বিনিময়ত অলংকাৰৰ দোকানত তেওঁলোকৰ অলংকাৰ বিক্ৰীও কৰিলে।

কৰ’না সংকটৰ মাজত আৰ্থিক অনাটনত ভোগা গাওঁখনৰ বাসিন্দাসকলৰ জীৱন যাত্ৰা হঠাতে যেন সলনি কৰি দিলে এই ঘটনাই।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd