• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিয় ছেপ্টেম্বৰলৈকে নাগালেণ্ডত নিষিদ্ধ কৰা হ’ল সুৰক্ষা বাহিনীৰ প্ৰৱেশ?

NE NOW NEWS এন ই নাও নিউজ
কোহিমা , August 7, 2020 9:35 am

2 min read

A-deserted-street-in-Dimapur-after-2pm-on-Tuesday.-1140x570

কোহিমাত লকডাউনৰ সময়ৰ দৃশ্য। ফাইল ফটো: নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

অহা ছেপ্টেম্বৰলৈকে ৰাজ্যখনত বাহিৰৰ পৰা সুৰক্ষা বাহিনীৰ লোকৰ প্ৰৱেশ বৃহস্পতিবাৰে নিষিদ্ধ কৰিছে নাগালেণ্ডে।

ৰাজ্যখনত সেনা বাহিনীৰ লোকৰ মাজত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

নাগালেণ্ডত কোভিড-১৯ত আক্ৰান্তৰ ভিতৰত ৪০শতাংশতকৈয়ো অধিক হৈছে সশস্ত্ৰ বাহিনীৰ লোক।

শেহতীয়াভাৱে ৰাজ্যখনত বৃদ্ধি পোৱা কোভিড-১৯ৰ সংক্ৰমণৰ ঘটনাত বৃহৎসংখ্যক সামৰৰিক তথা অৰ্দ্ধ সামৰিক বাহিনীৰ মাজত সংঘটিত হৈছে।

তেওঁলোকৰ চলাচল নিয়ন্ত্ৰণ নকৰাৰ ফলতেই এনেদৰে সংক্ৰমণ বৃদ্ধি পোৱা বুলি কোৱা হৈছে।

বৃহস্পতিবাৰে নাগালেণ্ডত চিনাক্ত হোৱা ২৫৮০গৰাকী কোভিড-১৯ পজিটিভৰ ভিতৰত ১,১১৭গৰাকীয়েই হৈছে সামৰিক/অৰ্দ্ধ সামৰিক বাহিনীৰ লোক।

ইয়াৰ বাহিৰে ১,০৪৮গৰাকী হৈছে বাহিৰৰ পৰা ৰাজ্যলৈ অহা লোক, ১৮২গৰাকী কোভিড সেৱাৰ কৰ্মী, ১৮০গৰাকী কোভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোক আৰু বাকী ৫৩গৰাকী আন লোক।

এক বৃহৎ সংখ্যক জোৱানৰ কোভিড-১৯ পজিটিভ চিনাক্ত হোৱালৈ চাই নাগালেণ্ডৰ অৰ্দ্ধ সামৰিক বাহিনীয়ে সাৱধানতামূলক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ বাহিৰৰ পৰা তেওঁলোকৰ বিষয়া অহাটো বন্ধ কৰিছে।

ৰাজ্যখনৰ গৃহ সচিব অভিজিৎ সিনহাই এই কথা সদৰী কৰিছে।

সশস্ত্ৰ বাহিনীৰ পজিটিভ চিনাক্ত লোকসকলক তেওঁলোকৰ সংশ্লিষ্ট য়ুনিট হাস্পাতলসমূহত চিকিৎসা আগবঢ়াই থকা হৈছে।

সূত্ৰসমূহে কয় যে আছাম ৰাইফলছ, বিএছএফ আৰু চিআৰপিএফৰ মহা পৰিদৰ্শকে ইয়াৰ পূৰ্বে তেওঁলোকৰ বাহিনীসমূহৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্তটো ৰাজ্য চৰকাৰক জনাইছে।

মেঘালয়ে ইতিমধ্যে সুৰক্ষা বাহিনীৰ চলাচল নিয়্ন্ত্ৰণ কৰিছে আৰু মিজোৰামে বাহিনীসমূহৰ চলাচল নিষিদ্ধ কৰিছে।

Tags: COVID-19

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd