DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুন্দৰীৰ সান্নিধ্যত দিল্লীৰ নাইট ক্লাবত ৰোমাঞ্চকৰ নৃত্য নাগালেণ্ড বিজেপি অধ্যক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2019 11:43 am
8.2k
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ড বিজেপিৰ অধ্যক্ষ তেমজেন ইমনা আলঙে নতুন দিল্লীৰ নাইট ক্লাবত যুৱতীৰ সৈতে ৰোমাঞ্চকৰ নৃত্য কৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভিডিঅ’টোত নাগালেণ্ডৰ বিজেপি অধ্যক্ষগৰাকীয়ে নাইট ক্লাবটোত এগৰাকী যুৱতীৰ সৈতে নৃত্যত মচগুল হৈ থকাৰ লগতে এবাৰ যুৱতীগৰাকীৰ হাতত ইচ্ছাকৃতভাৱে চুম্বন কৰাৰ দৃশ্যও স্পষ্ট ৰূপত দেখা যায়। অৱশ্যে এই ভিডিঅ’টোত দেখা নাইট ক্লাবটোৰ পৰিচয় আৰু ঘটনাটো কেতিয়াৰ সেই কথা জানিব পৰা হোৱা নাই।

বিজেপিৰ সভাপতিগৰাকীয়ে চৰকাৰী কামৰ উদ্দেশ্যে নতুন দিল্লীলৈ গৈছিল নে ব্যক্তিগত কামত গৈছিল সেই কথাও জানিব পৰা নাই যদিও তেওঁৰ সেই নাইট ক্লাবৰ নৃত্যই এতিয়া ছ’চিয়েল মিডিয়াত খলকনি তুলিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে আজিৰ পৰা কেইদিন মান পূৰ্বে চৰকাৰীৰ কামত মণিপুৰলৈ অহা বিহাৰৰ এগৰাকী বিধায়ককো একাংশ কিশোৰীৰ সৈতে যৌন উত্তেজক নৃত্য উপভোগ কৰি থকা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। দেশখনৰ এনে বহু ৰাজনৈতিক নেতাই সময়ে সময়ে এনেধৰণৰ নিকৃষ্ট কাণ্ডত জড়িত হৈ আহিছে।

নাগালেণ্ড বিজেপিৰ অধ্যক্ষ তথা নেইফিঅ’ ৰিঅ’ নেতৃত্বাধীন পি ডি এ মিত্ৰজোঁট চৰকাৰৰ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লৈ থকা তেমজেন ইমনা আলঙৰ এনে কাৰ্যই স্বাভাৱিকতে অস্বস্তিত পেলাইছে নাগালেণ্ড বিজেপিক।

Recent News

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd