DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্বভাৰ গ্ৰহণ নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যৰ

সভাপতি ছামম by সভাপতি ছামম
June 28, 2019 9:00 pm
Swearing-in-Ceremony-of-Shri-Padmanabha-Balakrishna-Acharya

ৰাজ্যপাল পি বি আচাৰ্য্যৰ শপত গ্ৰহণ

397
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যই বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ইম্ফলত অৱস্থিত ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্বভাৰ গ্ৰহণ কৰি শপত গ্ৰহণ কৰে।

মণিপুৰৰ বৰ্তমানৰ ৰাজ্যপাল নাজমা হেপতুল্লা এমাহৰ বাবে ছুটীত যোৱাৰ বাবে নাগালেণ্ডৰ ৰাজ্যপালগৰাকীয়ে চুবুৰীয়া ৰাজ্যখনৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলগীয়া হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, হেপতুল্লাই আমেৰিকাত থকা পৰিয়ালৰ ওচৰলৈ এমাহৰ ভ্ৰমণ সূচী লৈ ফুৰিব যাব।

মণিপুৰ উচ্চন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এল এছ জমিৰে পি বি আচাৰ্য্যক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই।

শপত গ্ৰহণ অনুষ্ঠানত মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিং, মণিপুৰৰ আৰক্ষী আয়ুক্ত আৰু বিধায়কসকলে ৰাজ্যপালগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। মণিপুৰৰ পূৰ্বৰ মুখ্য মন্ত্ৰী ৰাধাবিনোদ কোইজাম আৰু বিৰোধী দল কংগ্ৰেছৰ বিধায়কসকলো শপত গ্ৰহণত উপস্থিত থাকে।

উল্লেখযোগ্য যে, পি বি আচাৰ্য্যই ইয়াৰ পূৰ্বে অসমৰো ৰাজ্যপালৰ দায়িত্বভাৰ পালন কৰিছিল।

Recent News

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন! চলাই নিব পাৰিবনে আমেৰিকাক?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd