• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালেণ্ডত ‘হীৰা’ উদ্ধাৰৰ স্বপ্নভংগ; হীৰা নহয় চকমকীয়া শিলবোৰ

NE NOW NEWS এন ই নাও নিউজ
কোহিমা , November 28, 2020 11:31 am

2 min read

Untitled-1-1-750x375

নাগালেণ্ডত 'হীৰা 'উদ্ধাৰত স্বপ্নভংগ।

261
VIEWS
Share on FacebookShare on Twitter

ভূতাত্বিকসকলে নিশ্চিত কৰিছে যে নাগালেণ্ডৰ মন জিলাৰ ৱানচিং গাঁওৰ চকমকীয়া শিলবোৰ হীৰা নহয়।

বিগত কেইদিনমান ধৰি কেইবাশ লোকে ম্যানমাৰ সীমান্তৰ ৱানচিং গাওঁৰ সমীপত শিৱিৰ পাতি ‘হীৰা’ খান্দি উলিওৱাৰ চেষ্টা চলাইছিল।

যোৱা বৃহস্পতিবাৰে শতাধিক জনজাতীয় নগা গাওঁবাসীয়ে গাওঁখনৰ এখন সৰু পাহাৰত ‘হীৰা’ বিচাৰি খান্দি থকা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল।

নাগালেম্ডৰ ভূতত্ব আৰু খনন বিভাগৰ সঞ্চালক এছ মেনেনে বৃহস্পতিবাৰে মন জিলাৰ ৱানচিং গাওঁ ভ্ৰমণ কৰি সমূহীয়াভাৱে হীৰা বিচাৰি খান্দি থকা ঘটনাৰ তাৎক্ষণিভাৱে উহ বিচাৰি উলিয়াবলৈ চাৰিগৰাকী ভূতাত্বিকক দায়িত্ব দিছিল।

দায়িত্ব অৰ্পন কৰা চাৰিগৰাকী ভূতাত্বিক এবেনথাং লোথা, লংৰিকাবা, কেনিয়েলো ৰেংমা আৰু ডেভিড লউপেনিয়ে শুকুৰবাৰে ৱানচিং গাঁওত এক বিতং অধ্যয়ন চলায়।

পুংখানুপুংখ অনুসন্ধানৰ পাছত ভূতাত্বিকৰ দলটোৱে মতামত দিছে যে চকমকীয়া সেই শিলবোৰ হীৰা নহয়।

প্ৰাথমিক অনুসন্ধানত ভূতাত্বিককেইজনে মত প্ৰকাশ কৰে যে ৱানচিং গাওঁৰ লোকসকলে পোৱা চকমকীয়া শিলবোৰ স্ফটিক শিলহে।

শনিবাৰে ৱানচিঙৰ সূত্ৰসমূহে ‘নৰ্থইষ্ট নাও’ক জানিবলৈ দিয়ে যে ভূতাত্বিকৰ দলটোৱে সোমবাৰে তেওঁলোকৰ অধ্যয়নৰ এক বিশদ প্ৰতিবেদন দাখিল কৰিব পাৰে।

মন জিলাৰ উপায়ুক্ত থাভাছীলম কে’য়ো ৱানচিং গাঁওৰ ‘হীৰা’ৰ সন্ধানৰ প্ৰতিবেদন ওচৰৰ পৰা পৰ্যবেক্ষণ কৰি আছে।

ইয়াৰ পূৰ্বে নাগালেণ্ডৰ জনসাধাৰণে নাগালেণ্ডৰ মন জিলাৰ ৱানচিং গাওঁৰ চকমকীয়া শিলবোৰ হীৰা হ’ব পাৰে বুলি আশাবাদী হৈ আছিল।

সাম্প্ৰতিক বিজ্ঞানৰ জাৰ্ণেলত প্ৰকাশিত এক ইণ্ডো-জৰ্মান অধ্যয়ন অনুসৰি প্ৰকাশ পাইছে যে ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলত পোৱা ‘অ’ফিওলাইট‘ শিলবোৰত  এক মিলিমিটাৰতকৈ কম সৰু আকৃতিৰ হীৰা-‘মাইক্ৰ’ ডাইমণ্ড’ থাকিব পাৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd