• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নিশাৰ ভাগত দুটা ৱাৰ্ডত প্ৰায় ২০ গৰাকী ৰোগীৰ বিপৰীতে মাত্ৰ এগৰাকী নাৰ্চ

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , November 22, 2020 5:20 pm

2 min read

a nagaon
27.2k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কথা কৈ যিমানেই জয়ঢোল নবযাওক কিয় তাৰ প্ৰকৃত স্বৰূপটো নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক  চিকিৎসালয় খনত নিশাৰ ভাগত অতি সুন্দৰকৈ প্ৰকাশ পাইছে ।

এগৰাকী নাৰ্চে একেলগে কেইগৰাকী ৰোগীক সেৱা আগবঢ়াব  পাৰে সেই কথা সকলোৱে জানে ।

কিন্তু নগাঁৱৰ এইখন চিকিৎসালয়ত দুটা ৱাৰ্ডত প্ৰায় কুৰি গৰাকীৰো অধিক ৰোগীক নিশাৰ ভাগত সেৱা আগবঢ়াবলৈ নিয়োগ কৰা হৈছে মাত্ৰ এগৰাকী নাৰ্চক ।

নগাঁও জিলাৰ এই বৃহৎ চিকিৎসালয় খনৰ ডি ডি চি আৰু মেডিকেল ২ ৰ অন্তৰ্গত এচ পি চি/পি এই দুটা ৱাৰ্ডত যোৱা নিশা দেখিবলৈ পোৱা গল এই অদ্ভুত কাণ্ড ।

মাত্ৰ এগৰাকী নাৰ্চে ওৰে নিশা দুটা স্থানত অৱস্থিত চিকিৎসালয় খনত ভৰ্তি হৈ থকা ৰোগী সকলক শুশ্ৰূষা কৰি গৈছিল । বহু সময়ত এগৰাকী ৰোগীৰ শুশ্ৰূষাত ব্যস্ত হৈ থকাৰ পাছত আন এগৰাকী সংকটজনক অৱস্থাত থকা ৰোগীৰ কাষলৈ যোৱাত কিছু পলম হলেই ৰোগীৰ লগত থকা এটেন্ডেণ্টে গালি পাৰিছিল ।

ওৰেটো নিশা উজাগৰে থাকি ৰোগী সকলৰ সেৱাত ব্যস্ত হোৱাৰ পাছতো বিভিন্ন জনৰ দাবী ধমকি খাই পুৱাৰ ভাগলৈ ভাগি পৰিছিল নাৰ্চ গৰাকী ।

এই প্ৰক্ৰিয়াৰে চলিছে অসম চৰকাৰৰ অভিলাসী স্বাস্থ্য বিভাগ । কিছু দিনৰ পূৰ্বে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাংশ নাৰ্চৰ ব্যৱহাৰ ভাল নোহোৱাৰ বাবেই ব্যক্তিগত নাৰ্চিং হ’ম তথা চিকিৎসালয়সমূহলৈ  ৰোগীসকল যাবলৈ বাধ্য হয় বুলি মন্তব্য কৰিছিল ।

এই কথা যদিও সত্য তথাপি  উপযুক্ত শুশ্ৰূষাৰ অভাৱতো যে একাংশ চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ প্ৰতি সাধাৰণ ৰাইজৰ অনীহা আহিছে সেই কথাও সত্য ।

কাৰণ এজন ৰোগীৰ দেহত লগাই থোৱা চেলাইনটো খুলিবলৈ এগৰাকী নাৰ্চ বিচাৰি বিভিন্ন সময়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰোগীৰ আত্মীয়ৰ । এয়া এটা সাধাৰণ উদাহৰণহে মাত্ৰ ।

Recent News

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

Jahnu-Baruah-750x375 (1)

লাচিত বৰফুকন চলচ্চিত্ৰ: জাহ্ন বৰুৱাৰহে বিষয়, বিবেক অ’বেৰয়ৰ বাবে দাঙিব নোৱাৰা শিল

বেংগালুৰু- চিমলা আটাইতকৈ স্বাচ্ছন্দ্যকৰ চহৰ, ইন্দোৰ- নতুন দিল্লী শ্ৰেষ্ঠ মিউনিচিপালিটী কৰ্পৰেচন : কেন্দ্ৰৰ জৰীপত প্ৰকাশ

বেংগালুৰু- চিমলা আটাইতকৈ স্বাচ্ছন্দ্যকৰ চহৰ, ইন্দোৰ- নতুন দিল্লী শ্ৰেষ্ঠ মিউনিচিপালিটী কৰ্পৰেচন : কেন্দ্ৰৰ জৰীপত প্ৰকাশ

বংগ নিৰ্বাচন : তৃণমূল কংগ্ৰেছক সমৰ্থন জনালে শিৱ সেনাই, ‘বংগৰ বাঘিনী’ আখ্যা মমতাক

বংগ নিৰ্বাচন : তৃণমূল কংগ্ৰেছক সমৰ্থন জনালে শিৱ সেনাই, ‘বংগৰ বাঘিনী’ আখ্যা মমতাক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd