• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিৱা স্বাযত্ত পৰিষদৰ নিৰ্বাচন : বিজেপিৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সহাঁৰি, নগাঁৱত বিজয় উৎসৱ পালন

NE NOW NEWS মুৰুলী বৰুৱা
নগাঁও , December 20, 2020 9:05 pm

2 min read

index.jpgaaa

ফ'টো: চানু গগৈ

5.6k
VIEWS
Share on FacebookShare on Twitter

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নগাঁও জিলাৰ ১০টা পৰিষদীয় সমষ্টিত শাসকীয় বিজেপি দলে ১০০ শতাংশ বিজয়েৰে অভূতপূৰ্ব সাফল্য লাভ কৰাৰ পিছত নগাঁৱত বিজেপি নেতা কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে।

বিজেপিৰ প্ৰাৰ্থীসকল জয়ী হোৱাৰ বাবে বিজেপিৰ নগাঁও জিলা কাৰ্যালয়ত এক উৎসৱ মূখৰ পৰিবেশ সৃষ্টি হয়। বিজেপি নেতা কৰ্মীসকলে কাৰ্যালয় সন্মূখৰ ৰাজপথত ফটকা, আতচবাজী ফুটাই বিজয় উৎসৱ পালন কৰে।

বিজেপিৰ নগাঁও জিলাৰ ১০ গৰাকী বিজয়ী প্ৰাৰ্থীক লগত লৈ জিলা কাৰ্যালয়ত অনুষ্ঠিত বিজয় উৎসৱত অংশ গ্ৰহণ কৰি জিলাৰ সভাপতি অভিজিৎ নাথে কয়, এই জয়ে সমাগত বিধান সভা নিৰ্বাচিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে বিগত চাৰে চাৰিটা বছৰত ৰাজ্যখনৰ সকলো ক্ষেত্ৰতে উন্নয়নৰ গতি ত্বৰান্বিত কৰি তুলিছে আৰু সকলো শ্ৰেণীৰ লোকৰ সম উন্নয়ন আৰু সম বিকাশৰ বাবে কাম কৰিছে। যাৰ বাবে এতিয়া ৰাজ্যখনৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোকেই বিজেপিৰ ওপৰত আস্থা প্ৰকাশ কৰিছে বুলি  নগাঁও জিলা বিজেপিয়ে দাবী কৰে।

দলটোৰ জনসাধাৰণৰ প্ৰতি থকা দ্বায়িত্ব আৰু উন্নয়নৰ প্ৰকৃত ছবি দেখি বিজেপি দললৈ বহু লোক ঢাপলি মেলিছে বুলি দাবী জিলা নেতৃত্বৰ।

২০২১ ৰ নিৰ্বাচনত বিজেপি দলে অভিলেখ সংখ্যাক প্ৰাৰ্থী জিকাই আনি  চৰকাৰ গঠন কৰিব। বিজয় উৎসৱত অংশ গ্ৰহণ কৰি বিজয়ী প্ৰাৰ্থী সকলে মন্তব্য কৰে যে এই জয় দলৰ নেতা কৰ্মীৰ ত্যাগ আৰু কষ্টৰ বাবেই সম্ভৱ হৈছে বুলি প্ৰকাশ কৰি আমি সকলোৱে আমাৰ প্ৰতি ৰাইজে প্ৰদৰ্শন কৰা আস্থাৰ কথা মনত ৰাখি প্ৰগতিৰ হকে কাম কৰি যাব লাগিব বুলি মন্তব্য কৰে জিলা  বিজেপি সভাপতিগৰাকীয়ে।

বিজয় উৎসৱত জিলা বিজেপিৰ মহিলা মৰ্চা, যুৱ মৰ্চা আদিৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd