• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

শনিবাৰে গাজা চহৰ, বেইট লাহিয়া, খান ইউনিছ আৰু বুৰেইজ শৰণাৰ্থী শিবিৰত ইজৰাইলী বাহিনীৰ ভয়ংকৰ বিমান আক্ৰমণ; নিহতসকলৰ মাজত মহিলা আৰু শিশুও অন্তৰ্ভুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2026 7:06 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধবিৰতিক লৈ চলি থকা তৰ্ক-বিতৰ্কৰ মাজতেই গাজা ভূখণ্ডত পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী বাহিনীয়ে। শনিবাৰে গাজাৰ চাৰিটা পৃথক স্থানত চলোৱা বিমান আক্ৰমণ আৰু গুলীচালনাৰ ফলত কমেও ৯ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত মহিলা, এটা শিশু আৰু এগৰাকী সাংবাদিকো অন্তৰ্ভুক্ত আছে। ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা ইজৰাইল আৰু হামাছৰ এই ৰক্তক্ষয়ী সংঘৰ্ষৰ মাজত কেইবাবাৰো যুদ্ধবিৰতিৰ প্ৰয়াস কৰা হৈছে যদিও সেয়া স্থায়ী হোৱা নাই। দুয়োপক্ষই এতিয়া যুদ্ধবিৰতি উলংঘনৰ বাবে ইটোৱে সিটোৰ ওপৰত দোষ জাপি দিছে।

গাজাৰ হামাছ নিয়ন্ত্ৰিত স্বাস্থ্য কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, শনিবাৰে গাজা চহৰৰ চাব্ৰা অঞ্চলৰ এটা আৱাসিক ভৱনত ইজৰাইলী বোমাৰু বিমানেৰে আক্ৰমণ চলোৱা হয়, যাৰ ফলত ভৱনটো সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়। এই আক্ৰমণত দুগৰাকী মহিলা আৰু এটা শিশুসহ মুঠ চাৰিজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। আনহাতে, উত্তৰ গাজাৰ বেইট লাহিয়া চহৰত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ (আই ডি এফ) গুলীত এগৰাকী মহিলা নিহত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি, দক্ষিণ গাজাৰ খান ইউনিছ চহৰতো ইজৰাইলী বিমান আক্ৰমণত এজন লোক নিহত আৰু আঠজন আহত হয়।

Apply Now

আক্ৰমণৰ পৰা সাৰি যোৱা নাই শৰণাৰ্থী শিবিৰো। শনিবাৰে মধ্য গাজাৰ বুৰেইজ শৰণাৰ্থী শিবিৰৰ এটা বাসগৃহত চলোৱা বিমান আক্ৰমণত এগৰাকী সংবাদকৰ্মীসহ তিনিজন লোক নিহত হয়। নিহত সাংবাদিকগৰাকী ‘আল জাজীৰা‘ৰ চিত্ৰ-সাংবাদিক আহমেদ উইশ্বা বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাক লৈ ইজৰাইলী বাহিনীয়ে এক বিবৃতিত দাবী কৰিছে যে উইশ্বা প্ৰকৃততে হামাছৰ এজন ‘স্নাইপাৰ‘ আছিল আৰু তেওঁ চিত্ৰ-সাংবাদিকৰ আঁৰ লৈ কাম কৰি আছিল। অৱশ্যে, সাংবাদিকগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰা এই গুৰুতৰ অভিযোগৰ সপক্ষে আই ডি এফে কোনো ধৰণৰ প্ৰমাণ বৰ্তমানলৈকে ৰাজহুৱা কৰা নাই।

ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, যোৱা বছৰৰ অক্টোবৰৰ পৰা গাজাত আৰম্ভ হোৱা এই যুদ্ধত এতিয়ালৈকে প্ৰায় ৩০০ পেলেষ্টাইনী সাংবাদিক নিহত হৈছে। যুদ্ধৰ এই বিভীষিকাই সাধাৰণ নাগৰিক আৰু সংবাদকৰ্মীসকলৰ নিৰাপত্তাক লৈ সমগ্ৰ বিশ্বতে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি স্থাপনৰ অহৰহ প্ৰচেষ্টা চলি থকাৰ মাজতো এনে ধাৰাবাহিক আক্ৰমণে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd