DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চিকিৎসাৰ বাবে গৈ গুজৰাটত আবদ্ধ নগাঁৱৰ পৰিয়াল; সহায় বিচাৰি চৰকাৰলৈ অনুৰোধ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2020 9:04 am
8.9k
VIEWS
Share on FacebookShare on Twitter

চিকিৎসাৰ উদ্দেশ্যে গুজৰাটলৈ যোৱা নগাঁৱৰ চামগুৰিৰ এটি পৰিয়াল ক’ৰ’না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ ফলত ৰাজ্যখনত আবদ্ধ হৈ যথেষ্ট সমস্যাত পৰিছে।

মিন্তু মহালী নামৰ উদমাৰি চাহ বাগিচাৰ লোকজনে তেওঁৰ পত্নীক কেন্সাৰ ৰোগৰ চিকিৎসাৰ উদ্দেশ্যে যোৱা বছৰৰ ডিচেম্বৰ মাহত গুজৰাটৰ আহমেদাবাদত এখন চিকিৎসালয়লৈ লৈ গৈছিল।

পত্নী গীতা মহালীক চিকিৎসালয়খনত অস্ত্ৰোপচাৰ কৰি বাওঁ ভৰিখন বিচ্ছিন্ন কৰি দিয়াত তেওঁ লাহে লাহে সুস্থ হৈ উঠিছে বুলি পৰিয়ালৰ লোকে  জানিবলৈ দিয়ে।

কিন্তু গুজৰাটৰ পৰা নিজ ঘৰলৈ ঘূৰি আহিবলৈ লোৱাৰ সময়তে হঠাতে দেশজুৰি জাৰি হোৱা লকডাউনৰ ফলত গুজৰাটতে পৰিয়ালটো আবদ্ধ হৈ পৰিব লগীয়া হয়।

বৰ্তমান গুজৰাটৰ এখন হোটেলত থকা পৰিয়ালটোৱে ঘৰলৈ ঘূৰি আহিবলৈ এখন এম্বুলেঞ্চ যোগাৰ কৰিবৰ বাবে চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে।

উপায়হীন হৈ মিন্তু মহালীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অসম চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰীক সহায়ৰ বাবে কাতৰ আহ্বান জনাই যদিও এই পৰ্য্যন্ত চৰকাৰ তথা নগাঁও জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইফালে মাক-দেউতাক ইমান দিন ধৰি ঘৰত নথকাত দশম শ্ৰেণীত অধ্যয়ণৰত তেওঁলোকৰ একমাত্ৰ পুত্ৰ যথেষ্ট অসুবিধাত পৰিছে বুলি পৰিয়ালটোৰ ওচৰ-চুবুৰীয়া ৰাইজে জানিবলৈ দিয়ে।

উদমাৰিৰ ৰাইজে দুৰ্ভগীয়া পৰিয়ালটোক সোনকালে গুজৰাটৰ পৰা নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

Recent News

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd