• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোগাসনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে পুৰণিগুদামৰ অংকিতা শইকীয়া

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
June 10, 2019 9:24 pm
Ankita Saikia

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগাসনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নগাঁও জিলাৰ পুৰণিগুদামৰ মুঢ়ানি গাঁৱৰ গোলাপ শইকীয়া আৰু স্বপ্না শইকীয়াৰ একমাত্ৰ জিয়ৰী অংকিতা শইকীয়া এইবাৰ যোগা অলিম্পিয়াডত অংশ লোৱাৰ বাবে সাজু হৈ উঠিছে।

নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা যোগা অলিম্পিয়াডত অসমৰ পৰা জুনিয়ৰ শাখাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে প্ৰতিভাৱান অংকিতা শইকীয়াই।

Apply Now

উল্লেখ্য যে পুৰণিগুদাম বিদ্যানিকেতনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী অংকিতাই প্ৰথম শ্ৰেণীত পঢ়ি থকাৰ পৰাই বিদ্যালয়ৰ যোগাসনৰ শিক্ষয়িত্ৰী অঞ্জনা কলিতাৰ তত্ত্বাৱধানত যোগাসনৰ শিক্ষা গ্ৰহন কৰিছিল।

ইয়াৰ পিছতে বিভিন্ন স্থানত যোগাসনৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সক্ষম হোৱা অংকিতাই ২০১৬ চনত ঝাৰখণ্ডত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ৪১ তম যোগাসন প্ৰতিযোগিতাত ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ২০১৭ চনত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত অনুষ্ঠিত হোৱা ৪২ তম আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত ষষ্ঠ স্থান পুনৰ দখল কৰিবলৈ সক্ষম হয়।

২০১৭ চনতে কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন ফেডাৰেশ্যন কাপত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। সেইটো বৰ্ষতে কৰ্নাটকত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

অতি কম বয়সতে ইমানবোৰ সফলতা আহৰণ কৰা অংকিতাই অলিম্পিয়াডতো ভাল ফলাফল লাভ কৰাৰ উদ্দেশ্যেৰে বৰ্তমান নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত “নিৰ্বানত” প্ৰভাত বৰাৰ নেতৃত্বত যোগৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

পুৰণিগুদামৰ এইগৰাকী মেধাৱী ছাত্ৰী অংকিতাই যোগাসনত দেখুৱাই অহা পাৰদৰ্শিতাই সমগ্ৰ পুৰণিগুদাম অঞ্চললৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোগাসনৰ উপৰি নৃত্য, নাটক আদিত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হোৱা অংকিতাক লৈ এতিয়া আশাবাদী পুৰণিগুদামবাসী।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd