• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰৰ দ্বাৰকুছিৰ নাগাৰা নামৰ শিল্পী গোপাল দাস নিৰুদ্দেশ : সম্ভেদ পালে খবৰ দিবলৈ পৰিয়ালৰ লোকৰ আহ্বান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 31, 2020 2:58 pm
IMG_20201031_104656(1)
582
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দ্বাৰকুছি গাঁও নিবাসী গোপাল দাস নামৰ ৬৫ বছৰীয়া এগৰাকী নাগাৰা নামৰ শিল্পী নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গোপাল দাসে যোৱা ২২ অক্টোবৰৰ দিনা দিনৰ ভাগত নিজৰ ঘৰৰ পৰা ওলাই যায়। তাৰ পিছত আৰু তেওঁ ঘৰলৈ ঘূৰি নাহিল।

পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে আৰু নিশা পৰিয়ালৰ লোকে গোপাল দাসক নলবাৰী জিলাৰ বিজুলীঘাট নামৰ গাঁৱৰ এটি সম্বন্ধীয় পলিয়ালৰ ঘৰত থকা বুলি খবৰ লাভ কৰে।

২৩ তাৰিখে পুৱা পৰিয়ালৰ লোকে বিজুলীঘাটত উপস্থিত হোৱাত বিজুলিঘাটৰ পৰিয়ালটোই গোপাল দাস পুৱা ৪-০০ মান বজাতেই কাকো নোকোৱাকৈ ঘৰৰ পৰা ওলাই যোৱা বুলি জানিবলৈ দিয়ে।

পিছত গোপাল দাসৰ পৰিয়ালৰ লোকে নালবাৰীৰণপৰা ঘূৰি আহে আৰু ২৩ অক্টোবৰত তামুলপুৰ আৰক্ষী থানাত গোপাল দাস নিৰুদ্দেশ হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি আছে যদিও শিল্পী গৰাকীৰ কোনো সম্ভেদ পোৱা নাই।

ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত লোকজনে ধুতি আৰু বগা ৰঙৰ কুৰ্টা পৰিধান কৰি আছিল।

কোনো লোকে সন্ধান পালে দ্বাৰকুছি নিবাসী ৰূপেন দাসৰ পৰিয়ালৰ লগত ৬০০২২৬৭৪৫৭ নম্বৰত যোগাযোগ কৰিবলৈ নাইবা তামুলপুৰ আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd