• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ প্ৰচাৰত বলীউদ; নাগপুৰ আৰক্ষীৰ অভিনৱ পোষ্টাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 3:40 pm
কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰে সাধাৰণ নাগৰিকক বাৰ্তা দিবলৈ নাগপুৰ আৰক্ষীয়ে ব্যৱহাৰ কৰিলে বলীউদৰ জনপ্ৰিয় ছবিৰ দৃশ্য। কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক ব্যৱহাৰ কৰাটো যে জৰুৰী সেই বাৰ্তা সাধাৰণ নাগৰিকৰ মাজলৈ লৈ যাবলৈ তেওঁলোকে ব্যৱহাৰ কৰিছে এখন অভিনৱ পোষ্টাৰ। শ্বাহৰুখ খানৰ জনপ্রিয় ছবি ‘কুছ কুছ হোতা হ্যেয়’ৰ সহায় লৈছে নাগপুৰ আৰক্ষীয়ে। ইপিনে, নাগপুৰ আৰক্ষীৰ সেই পোষ্টাৰখন ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। মহাৰাষ্ট্ৰত কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়ত নাগপুৰত কৰ’নাত ইতিমধ্যে ৬২১জন লোক হৈছে আৰু কমেও দহজন লোকৰ মৃত্যু হৈছে। নাগপুৰ প্ৰশাসনে ঘৰৰ বাহিৰলৈ ওলালে সকলোৰে বাবেমাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। গাগপুৰ আৰক্ষীয়ে সাধাৰণ নাগৰিকক এই সম্পৰ্কে সজাগ কৰাৰ বাবে শ্বাহৰুখ খান, কাজল আৰু ৰাণী মুখাৰ্জী অভিনীত ‘কুছ কুছ হোতা হ্যেয়’ ছবিখনৰ এক দৃশ্যাংশ ব্যৱহাৰ কৰিছে। ছবিখনৰ এটি দৃশ্যাংশত শ্বাহৰুখ খানে এহাতে কাজলক সাবটি ধৰি থকা আনখন হাতেৰে ৰাণী মুখাৰ্জীক ধৰি ৰাখিছে। উক্ত দৃশ্যাংশক নাগপুৰ আৰক্ষীয়ে কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ বাবে আন ধৰণে ব্যৱহাৰ কৰিছে। ইয়াত শ্বাহৰুখ খানক সাধাৰণ নাগৰিক, কাজলক ঘৰৰ বাহিৰলৈ ওলোৱা আৰু ৰাণী মুখাৰ্জীক মাস্ক হিচাপে দেখুওৱা হৈছে। তদুপৰি, লগত লিখা হৈছে,’’এই বান্ধোন নাভাঙিব। নহ’লে বহুত কিছু হ’ব পাৰে (Dont let this bond break…Kyunki, Bohot Kuch Hota Hai!)। নাগপুৰ আৰক্ষীয়ে বুজাব খুজিছে যে মাস্ক অবিহনে বাহিৰলৈ নোলাব। নহ’লে বহু সমস্যা হ’ব পাৰে। নাগপুৰ আৰক্ষীৰ এনে অভিনৱ প্ৰয়াসক অৱশ্যেই ছচিয়েল মিডিয়াত সকলোৱে প্ৰশংসাৰে উপচাই দিছে।

ফটো: টুইটাৰৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰে সাধাৰণ নাগৰিকক বাৰ্তা দিবলৈ নাগপুৰ আৰক্ষীয়ে ব্যৱহাৰ কৰিলে বলীউদৰ জনপ্ৰিয় ছবিৰ দৃশ্য।

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক ব্যৱহাৰ কৰাটো যে জৰুৰী সেই বাৰ্তা সাধাৰণ নাগৰিকৰ মাজলৈ লৈ যাবলৈ তেওঁলোকে ব্যৱহাৰ কৰিছে এখন অভিনৱ পোষ্টাৰ।

Apply Now

শ্বাহৰুখ খানৰ জনপ্রিয় ছবি ‘কুছ কুছ হোতা হ্যেয়’ৰ সহায় লৈছে নাগপুৰ আৰক্ষীয়ে।

ইপিনে, নাগপুৰ আৰক্ষীৰ সেই পোষ্টাৰখন ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

মহাৰাষ্ট্ৰত কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়ত নাগপুৰত কৰ’নাত ইতিমধ্যে ৬২১জন লোক হৈছে আৰু কমেও দহজন লোকৰ মৃত্যু হৈছে।

নাগপুৰ প্ৰশাসনে ঘৰৰ বাহিৰলৈ ওলালে সকলোৰে বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।

গাগপুৰ আৰক্ষীয়ে সাধাৰণ নাগৰিকক এই সম্পৰ্কে সজাগ কৰাৰ বাবে শ্বাহৰুখ খান, কাজল আৰু ৰাণী মুখাৰ্জী অভিনীত ‘কুছ কুছ হোতা হ্যেয়’ ছবিখনৰ এক দৃশ্যাংশ ব্যৱহাৰ কৰিছে।

Don't let this bond break….
Kyunki, Bohot Kuch Hota Hai!#WearAMask#NagpurPolice pic.twitter.com/fai9yIC4kZ

— Nagpur City Police (@NagpurPolice) May 27, 2020

ছবিখনৰ এটি দৃশ্যাংশত শ্বাহৰুখ খানে এহাতে কাজলক সাবটি ধৰি থকা আনখন হাতেৰে ৰাণী মুখাৰ্জীক ধৰি ৰাখিছে।

উক্ত দৃশ্যাংশক নাগপুৰ আৰক্ষীয়ে কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ বাবে আন ধৰণে ব্যৱহাৰ কৰিছে।

ইয়াত শ্বাহৰুখ খানক সাধাৰণ নাগৰিক, কাজলক ঘৰৰ বাহিৰলৈ ওলোৱা আৰু ৰাণী মুখাৰ্জীক মাস্ক হিচাপে দেখুওৱা হৈছে। তদুপৰি, লগত লিখা হৈছে,’’এই বান্ধোন নাভাঙিব। নহ’লে বহুত কিছু হ’ব পাৰে (Dont let this bond break…Kyunki, Bohot Kuch Hota Hai!)।

নাগপুৰ আৰক্ষীয়ে বুজাব খুজিছে যে মাস্ক অবিহনে বাহিৰলৈ নোলাব। নহ’লে বহু সমস্যা হ’ব পাৰে।

নাগপুৰ আৰক্ষীৰ এনে অভিনৱ প্ৰয়াসক অৱশ্যেই ছচিয়েল মিডিয়াত সকলোৱে প্ৰশংসাৰে উপচাই দিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd