• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , January 27, 2021 12:28 pm

1 min read

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

ফটো : নৰ্থ-ইষ্ট নাও

215
VIEWS
Share on FacebookShare on Twitter

৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাখনে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিলে এখন নৱ শিক্ষানুষ্ঠানে।

কৃষ্ণাই মোলানডুবিত প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠান খনৰ নাম নৰপতি জাতীয় বিদ্যালয়।

এই উপলক্ষ্যে মঙলবাৰে পুৱা শিক্ষানুষ্ঠানখনৰ চৌহদত এখন উদ্বোধনী সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত পুৱা ৮-৩০ বজাত গণতন্ত্ৰ দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰে আলহাজ আনোৱাৰ হুছেইনে।

১০ বজাত নৰপতি জাতীয় বিদ্যালয়ৰ দ্বাৰ মুকলি কৰে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়,আমজোঙাৰ অধ্যক্ষ ড° নৱজ্যোতি শৰ্মাই।

১০ বজাৰ পৰা অনুষ্ঠিত হয় উদ্বোধনী সভা। অৱসৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক আলহাজ আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে নৰপতি জাতীয় বিদ্যালয় পৰিযালনা সমিতিৰ সম্পাদক নাছিৰ উদ্দিন আহমেদে।

হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাইৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জোনাৱ আলীয়ে উদ্বোধনী গীত পৰিবেশন কৰা সভাখনত পৰিচালনা সমিতিৰ হৈ ভাষণ প্ৰদান কৰে বিদ্যালয় পৰিচালনা সমিতিৰ কোষাধ্যক্ষ ছাহেৰা বেগম(মীৰা)য়ে।

সাংবাদিক নীলমণি শৰ্মাই আঁত ধৰা উদ্বোধনী সভাখনত হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মন্টু কুমাৰ দাস, দলগোমা মহাবিদ্যালয়ৰ অধ্যাপক নজৰুল ইছলামকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd