DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Fire engulfs ICU: গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশুৰ ICU ত অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা ১৪ টি শিশুৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 19, 2021 3:55 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

Fire engulfs ICU: গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশুৰ ICU ত অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা ১৪ টি শিশুৰ।

দিল্লী বা উত্তৰ প্ৰদেশত সঘনাই ঘটি থকা ঘটনা নহয়, এইবাৰ অসমৰে গোৱালপাৰাত সংঘটিত হৈছে চিকিৎসালয়ৰ শিশুৰ ICU ত অগ্নিকাণ্ডৰ ঘটনা। গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ ICU ত আজি সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

অগ্নিগকাণ্ড সংঘটিত হোৱাৰ সময়ত ICU ত ১৪ টি শিশু আছিল। অৱশ্যে চিকিৎসালয় খনৰ চিকিৎসক, নাৰ্চ আৰু আন লোকৰ তৎপৰতাত শিশুসকলৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

ৰাইজ আৰু চিকিৎসালয় কৰ্তৃপক্ষই খবৰ দিয়াৰ পিছতে অগ্নি নিৰ্বাপক আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কেইবাখনো গাড়ী উক্ত স্থানত উপস্থিত হয় আৰু পানী তথা গেছৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্রপাত ঘটা বুলি শেহতীয়াকৈ নিশ্চিত কৰা হৈছে।

অগ্নিকাণ্ডৰ ফলত চিকিৎসালয় খনৰ উক্ত কোঠাটোৰ বহু মূল্যৱান যন্ত্ৰ-পাতি জ্বলি নিঃশেষ হয়।

ইপিনে অগ্নিকাণ্ডৰ সময়তে উদ্ধাৰ কৰা শিশু কেইটাক গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছে বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ উপৰিও শীৰ্ষ প্ৰশাসনিক বিষয়াসকল উপস্থিত হৈছে।

চিকিৎসালয় খনত সংঘটিত অগ্নিকাণ্ডৰ এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে গোৱালপাৰাৰ জিলা উপায়ুক্তই ।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd