DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৯ ফেব্ৰুৱাৰীত ৰঙা গ্ৰহ মঙলৰ বুকুত অৱতৰণ কৰিব নাছাৰ পাৰ্ছেভাৰেঞ্চ ৰোভাৰ যানে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2021 6:09 pm
a ma123
331
VIEWS
Share on FacebookShare on Twitter

ৰঙা গ্ৰহ মঙলকলৈ বিশ্বৰ বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহৰো কৌতূহলৰ অন্ত নাই।

মঙল গ্ৰহণৰ ৰহস্য উদ্ঘীটন কৰাৰ বাবে বিগত শতিকাৰ  ৬০ৰ দশকৰ পৰাই বিজ্ঞানীসকলে চেষ্টা কৰি আহিছে।

শেহতীয়াকৈ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই মঙল গ্ৰহলৈ প্ৰেৰণ কৰিছে পাৰ্ছেভাৰেঞ্চ ৰোভাৰ যান এখন ।

মঙল গ্ৰহত কোনো সময়ত জীৱৰ বসতি আছিল নেকি, এতিয়াও গ্ৰহটোৰ ক’ৰৱাত কোনো জীৱে বাস কৰি আছে নেকি আদি কথাবোৰৰ উত্তৰ বিচাৰিয়েই নাছাই গ্ৰহটোলৈ প্ৰেৰণ কৰিছে যান খন।

ভাৰতীয় সময় অনুসৰি ১৯ ফেব্ৰুৱাৰীৰ দিনা যান খনে মঙল গ্ৰহৰ বুকুত অৱতৰণ কৰিব।যান খনে কঢ়িয়াই নিছে MOXIE নামৰ এটা বিশেষ যন্ত্ৰ।

এই যন্ত্ৰটোৱে গ্ৰহটোৰ বুকুত অক্সিজেনৰ সৃষ্টি কৰিব পাৰিব।

নাছাৰ বিজ্ঞানী থমাছ জাৰবুচেনে প্ৰকাশ কৰা অনুসৰি যান খনে গ্ৰহটোৰ বিভিন্ন অঞ্চলৰ পৰা মাটি, শিল আদি সংগ্ৰহ কৰিব।ইতিমধ্যে চীনেও মঙল গ্ৰহলৈ টিয়ানৱেন-১ নামৰ এখন যান প্ৰেৰণ কৰিছে।

Recent News

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd