• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাংগলিক ৰীতি নীতিৰে মৰিগাঁও জিলাৰ চৰাইবাহী নাথ যোগী জাতীয় অভিৱৰ্তনৰ লাইখুঁটা স্হাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 6:24 am
a llll
365
VIEWS
Share on FacebookShare on Twitter

 সদৌ মৰিগাঁও নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ উদ্যোগত অহা ১২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক ভিত্তিক নাথ যোগী জাতীয় অভিৱৰ্তনৰ কালি  লাইখুঁটা স্হাপন কৰা হয় মৰিগাঁও জিলাৰ চৰাইবাহীত।

নাথ যোগী ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত লাইখুঁটা স্হাপন কৰে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ নাথ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ পদ্ম কান্ত নাথ, বীৰেন্দ্ৰ কুমাৰ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ কুমাৰ নাথ, সোমবৰ নাথ আদি কেবাগৰাকীও শিক্ষাবিদে।

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে আদৰণী সমিতিৰ সভাপতি তথা চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথে।

উল্লেখযোগ্য যে নাথ যোগী সম্প্ৰদায়ৰ সাহিত্য আৰু সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যেৰে আয়োজন কৰা জাতীয় অভিৱৰ্তনত অসম চৰকাৰৰ স্বাস্হ্য, বিত্ত, শিক্ষা আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথ,অসম আৰক্ষীৰ বিশেষ শাখাৰ মহা পৰিদৰ্শক হীৰেন নাথ, নাথ গুৰু যোগেশ্বৰ মহন্ত শিৱনাথ(উৰিষ্যাৰ), স্বামী কৈৱল্য নাথ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰফুল্ল কুমাৰ নাথকে ধৰি নাথ সম্প্ৰদায়ৰ জাতীয় অনুষ্ঠান সমূহৰ নেতৃবৃন্দ উপস্হিত থাকিব।

চৰাইবাহী সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হব লগা অভিৱৰ্তনখনত অসমৰ ভিন্ন প্ৰান্তৰ দহ সহস্ৰাধিক লোক সমবেত হ’বলগীয়া অভিৱৰ্তন খন সফল কৰি তুলিবলৈ সকলো শ্ৰেণী ৰাইজৰে সহায় সহযোগীতা কামনা কৰিছে  আদৰণী সমিতিৰ হৈ সভাপতি ড০ কমল চন্দ্ৰ নাথ,কাৰ্যকৰী সভাপতি ডা০ কবিন চন্দ্ৰ নাথ,সম্পাদক সঞ্জীৱ কুমাৰ নাথ আৰু কেন্দ্রীয় সমিতিৰ হৈ সভাপতি লক্ষ্যজ্যোতি নাথ আৰু সম্পাদক জিতুমনি নাথে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd