DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূটানত কোভিড সংক্ৰমিতৰ সংখ্যা ১৪৬ গৰাকীলৈ বৃদ্ধি, অব্যাহত থাকিব ৰাষ্ট্ৰজোৰা ল’কডাউন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2020 8:32 am
945
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ব্যক্তিৰ সংখ্যা ১৪৬ গৰাকীলৈ বৃদ্ধি পাইছে।

ভূটানৰ প্ৰধান মন্ত্ৰী ল’তেই চেৰিঙে এই সম্পৰ্কত উদ্বেগ ব্যক্ত কৰি ভূটানত ঘোষণা কৰা ৰাষ্ট্ৰজোৰা ল’কডাউন অব্যাহত থাকিব বুলি উল্লেখ কৰে।

‘‘বিগত সপ্তাহত আমি ৰাজধানী থিম্ফুত ল’কডাউন ঘোষণা কৰিছিলো আৰু পৰৱৰ্তী সময়ত সমগ্ৰ ৰাষ্ট্ৰতে ইয়াক প্ৰযোজ্য কৰা হৈছিল। তেতিয়াৰে পৰা বৰ্তমানলৈ কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাহিৰত মুঠ ১৪৬ গৰাকী কোভিড আক্ৰান্ত চিনাক্ত হৈছে,’’ ভূটানৰ প্ৰধান মন্ত্ৰী চেৰিঙে ফেইচবুকত এইদৰে উল্লেখ কৰে।

ভূটানৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে ক’ৰ’নাৰ গণ সংক্ৰমণৰ ভয়াবহতাৰ বিষয়ে উল্লেখ কৰি জনসাধাৰণক কোভিড প্ৰট’কল কঠোৰভাৱে মানি চলাৰ বাবে আহ্বান জনায়।

আনহাতে, ভূটানত কোভিডৰ ভয়াবহতা সম্পৰ্কে উল্লেখ কৰি চেৰিঙে কয়, ‘আমি ক’ৰ’না বিস্তৃত পৰিসৰত সংক্ৰমিত হোৱাৰ পূৰ্বে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ মানদণ্ড উন্নত কৰিব লাগিব।’’

প্ৰধান মন্ত্ৰী গৰাকীয়ে ভূটানৰ থিম্ফু আৰু পাৰোৰ পৰা সংক্ৰমণ আৰম্ভ হোৱা বুলিও লগতে কয়।

‘‘ভূটান চৰকাৰৰ সৰ্বপ্ৰথম দায়িত্ব হ’ল ক’ৰ’নাৰ সংক্ৰমণৰ পৰা দেশৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰা,’’ প্ৰধান মন্ত্ৰী গৰাকীয়ে পুনৰ কয়।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

গুৱাহাটীত আৰম্ভ হ’ল চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd