• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্রীয় চৰকাৰক তুষ্টিকৰণৰ সুফল! ৰাষ্ট্ৰীয় শ্ৰেষ্ঠা অভিনেত্ৰীৰ খিতাপ লাভ বিতৰ্কৰ কুইন কংগণাৰ

শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে মনোজ বাজপেয়ী আৰু ধনুশে, শ্ৰেষ্ঠ ফিচাৰ ছবি সুশান্ত সিং ৰাজপুতৰ চিচ'ৰে ছবি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 7:26 pm
National flim
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে দিল্লীত ঘোষণা কৰা হৈছে ২০১৯ বৰ্ষৰ বাবে ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। স্মৰ্তব্য যে কোভিড আতংকৰ বাবে ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণাত পলম হয়।

ঘোষিত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে উজলি উঠিল যোৱা বৰ্ষত আত্মহত্যা কৰা বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুত অভিনীত চিচ’ৰে-এ। ছবিখনে ফিচাৰ (হিন্দী) ছবি শাখাত শ্ৰেষ্ঠ ছবিৰ খিতাপ অৰ্জন কৰিছে।

Apply Now

হিন্দী ছবি ভোশলেত অভিনয় কৰাৰ বাবে দক্ষ অভিনেতা মনোজ বাজপেয়ী আৰু তামিল ভাষাৰ ছবি অসুৰণত কৰা অভিনয়ৰ বাবে ধনুশে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।

ইফালে বিতৰ্কৰ কুইন তথা কেন্দ্ৰীয় চৰকাৰক তুষ্টিকৰণত ব্যস্ত থকা কংগণা ৰাণাৱটে মণিককৰ্ণীকা: দ্য কুইন অৱ ঝাঁঞ্চি আৰু পাংগা ছবিত কৰা অভিয়নৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।

শ্ৰেষ্ঠ ফিচাৰৰ ফিল্মৰ সন্মান লাভ কৰিছে দক্ষিণ মালায়ম ছবি মাৰাক্কাৰ: আৰবিকাডালিনেট চিমহাম-এ। ছবিখনে শ্ৰেষ্ঠ বিশেষ প্ৰভাৱিত ছবিৰ সন্মানো লাভ কৰিছে।

চুপাৰ ডিলাক্স ছবিৰ বাবে দক্ষিণৰ বিজয় শেঠুপৰ্থী পুৰুষ আৰু দ্য টাছখেন্ট ফাইলছ ছবিৰ বাবে দক্ষিণৰে পল্লৱী যোশীয়ে মহিলা শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান লাভ কৰে।

উক্ত বৰ্ষত অস্কাৰলৈ মনোনীত হোৱা ভাৰতীয় ছবি জল্লিকাট্টু-এ শ্ৰেষ্ঠ চিনেমট’গ্ৰাফীৰ বঁটা লাভ কৰিছে।

ইফালে বিকি কৌশল(উৰি) আৰু আয়ুস্মান খুৰানাক(অন্ধ ধুন এণ্ড বধাই হো) ছবিৰ বাবে ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা আৰু মহানটি ছবিৰ বাবে কীৰ্তি সুৰেশক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে উক্ত বৰ্ষৰ বঁটা প্ৰদান লোকসভাৰ নিৰ্বাচনৰ বাবে স্থগিত ৰখা হৈছিল।

অন্যান্য কিছু বঁটাঃ-

হিন্দী ভাষাৰ ছবি বাহাত্তৰ হোৰাইনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা সঞ্জয় পুৰণ সিং চৌহান, হেলেন(মালায়ম) ছবিৰ বাবে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা মাথুকুট্টী জিভিয়াৰ, কিডি(তামিল)ৰ ছবিৰ বাবে শ্ৰেষ্ঠ শিশু শিল্পী বঁটা নাগা বিশাল, শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা ডি ইম্মন বিশ্বাচম(তামিল), শ্ৰেষ্ঠ আৱহ সংগীত পৰিচালকৰ বঁটা প্ৰবুদ্ধ বেৰ্নাজী জ্যেষ্ঠপুত্ৰ(বংলা), শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটা পুৰুষ কেশৰী(হিন্দী)ৰ বাবে ক্ৰমে বি প্ৰাক আৰু বাৰ্ড’(মাৰাঠী)ৰ বাবো মহিলা নেপথ্য গায়িকাৰ শ্ৰেষ্ঠ বঁটা শাৱণী ৰবীন্দ্ৰই লাভ কৰিছে।

ৰণুৱা- দ্য নেভাৰ চাৰেণ্ডাৰ-এ শ্ৰেষ্ঠ অসমীয়া ছবিখনে সন্মান লাভ কৰাৰ লগতে সমকামীৰ ওপৰত নিৰ্মিত অসমৰ চৰ্চিত ছবি ফায়াৰফ্লাইছ- জোনাকী পৰুৱাই-এ জুৰীৰ বিশষে সন্মান লাভ কৰিছে।

নন ফিচাৰ শাখাত কাষ্টেডী(হিন্দী/ইংৰাজী)এ শ্ৰেষ্ঠ ছুটি ছবিৰ সন্মান, জুৰীৰ বিশেষ সন্মান স্মল স্কেল চ’ছাইটিছ(ইংৰাজী), শ্ৰেষ্ঠ এনিমেশ্যন ছবিৰ বঁটা ৰাধা(সাংগীতিক), শ্ৰেষ্ঠ অনুসন্ধানমূলক ছবিৰ বঁটা জক্কল(মাৰাঠী), শ্ৰেষ্ঠ অন্বেষণমূলক ছবিৰ বঁটা ৱাইল্ড কণাৰ্টক(ইংৰাজী), শ্ৰেষ্ঠ শিক্ষামূলক ছবিৰ বঁটা এপ্পলছ এণ্ড অ’ৰেঞ্চছ(ইংৰাজী) আৰু শ্ৰেষ্ঠ পৰিৱেশমূলক ছবিৰ বঁটা দ্য ষ্টক চেভিয়ৰছ(হিন্দী)এ লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd