DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে; বৰাগাঁও, বশিষ্ঠ, লখৰা আৰু গড়চুকত হ’ব ৬ লেনযুক্ত উৰণীয়া সেতু

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 5, 2020 6:40 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

520
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ লগতে দক্ষিণ-পূব এচিয়াৰ দুৱাৰমুখ গুৱাহাটীত আদৰ্শ ৰাষ্ট্রীয় ঘাইপথ নিৰ্মাণ কৰা হ’ব।

মহানগৰীৰ খানাপাৰা-জালুকবাৰী পৰ্যন্ত এই আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ’ব।

দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ ৫৭ টা অংশক আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণে গঢ়ি তুলিব বুলি ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক আলোক কুমাৰে ।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সঞ্চালক গৰাকীয়ে নিৰ্মাণ হ’বলগীয়া আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথটো উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথ হ’ব বুলি কয়।

বাৰিষাৰ পিছতে  অক্টোবৰ-নৱেম্বৰত এই পথৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলিও তেওঁ লগতে কয়। প্ৰায় ৮০০ কোটি টকা ব্যয়ৰে পথছোৱা নিৰ্মাণৰ কাম হাতত লোৱা হৈছে ।

এই আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথত বহুকেইখন উৰণীয়া সেতু সংলগ্ন হৈ থাকিব । ইতিমধ্যে উৰণীয়া সেতু সমূহৰ ডিপিআৰৰ কাম আৰম্ভ হৈছে বুলিও সঞ্চালক গৰাকীয়ে লগতে জনায়।

বৰাগাঁও, বশিষ্ঠ, লখৰা আৰু গড়চুকত ৬ লেনযুক্ত উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ ফলত যান-যটৰ সমস্যাও হ্ৰাস পোৱাৰ আশা ব্যক্ত কৰে আলোক কুমাৰে ।

আনহাতে, এই ঘাইপথ সমূহত সৌন্দৰ্য্য বৰ্দ্ধনৰ নানা ৰঙৰ ফুল গছ ৰোপন কৰাৰ লগতে জনসাধৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চি চি টিভি কেমেৰা সংস্থাপন কৰা হ’ব আৰু জনতাৰ সুবিধাৰ প্ৰস্ৰাৱগাৰ আৰু পথচাৰীৰ বাবে পদপথৰ সুবিধাও থাকিব বুলি সঞ্চালক গৰাকীয়ে জনায়।

উৰণীয়া সেতুৰ লগতে চাৰ্ভিচ ৰোড আৰু নলা-নৰ্দমা সমূহো সম্পূৰ্ণকৈ নিৰ্মাণ কৰিব বুলি জনায় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সঞ্চালক গৰাকীয়ে।

Recent News

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd