• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিত্ৰাঙ্কন প্ৰতিযোগিতাত আৰিয়ন মানসলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান

NE NOW NEWS বিদ্যুৎ জ্যোতি বৰা
চামগুৰি , January 26, 2019 12:49 pm

1 min read

chamaguri news.photo

লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰাৰ মুহূৰ্তত আৰিয়ান।

1.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে ২০১৮’বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ মাজত শক্তি সংৰক্ষণৰ ওপৰত আয়োজন কৰা চিত্ৰাঙ্কন প্ৰতিযোগিতাত অসমৰ সু-সন্তান আৰিয়ন মানস হাজৰিকাই দেশৰ ভিতৰতে তৃতীয় স্থান(গ্ৰুপ বি) লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

নতুন দিল্লীত অলপতে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লোক সভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে এই পুৰস্কাৰ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনিত প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিযোগিতাত দেশৰ সমূহ ৰাজ্যৰ পৰা প্ৰায় ৫০ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল ৷

আনহাতে, আৰিয়ান মানস হাজৰিকাই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিত্ৰাঙ্কনত চি চি আৰ টিৰ বৃত্তিও লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান আৰিয়ন মানস হাজৰিকাই সঞ্জীৱনী কলা নিকেতনত চিত্ৰাঙ্কন শিকি আছে ৷

নগাঁও জিলাৰ চামগুৰিৰ নিৱাসী বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা ৰমেন হাজৰিকা আৰু বাণী মুক্তিয়াৰ হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ন মানস হাজৰিকা শ্ৰীমন্ত শংকৰদেৱ একাডেমি, দিশপুৰৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৷

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd