• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; বােকাখাতৰ তিনিগৰাকী প্ৰবীন সাংবাদিকলৈ কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাবৰ বিশেষ বঁটা

উত্তম শইকীয়া by উত্তম শইকীয়া
November 14, 2019 8:39 am
Awards

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাৰ কমাৰগাঁও অঞ্চলত নতুনকৈ জন্ম লাভ কৰা কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাবৰ উদ্যোগত ১৬ আৰু ১৭ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্রেছ দিবসৰ আয়োজন কৰা হৈছে।

দুদিনীয়া এই দিৱসৰ লগত সংগতি ৰাখি কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাবে বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ তিনিজনকৈ সংবাদকর্মীৰ সোঁৱৰণত প্ৰৱৰ্তন কৰিছে সাংবাদিকতাৰ তিনিটা বঁটা।

Apply Now

সংবাদ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ সেৱাৰ বাবে বোকাখাত মহকুমাৰ তিনিগৰাকী বিশিষ্ট সাংবাদিকলৈ প্ৰেছ ক্লাবে এই বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।

কমাৰগাঁও অঞ্চলৰ প্ৰথম গৰাকী সংবাদ সেৱক সুৰেণ বৰুৱা সোঁৱৰণী “প্রবীন সংবাদ সেৱা বঁটা – ২০১৯” বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ড৹ বাবুলাল মোৰক, সাগৰ বৰুৱা সোঁৱৰণী “গ্রাম্য সাংবাদিকতা বঁটা (বৈদ্যুতিন মাধ্যম)-২০১৯” বোকাখাতৰ প্ৰদ্যুৎ মহন্তক আৰু “প্রতাপ হাজৰিকা সোঁৱৰণী গ্রাম্য সাংবাদিকতা বঁটা (ছপা মাধ্যম)-২০১৯” মৰঙীৰ প্ৰিয়ংদ্বীপ কাকতিলৈ আগবঢ়াইছে বুলি কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাবে জনাইছে।

উল্লেখ্য যে ড৹ বাবুলাল মোৰ বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু বোকাখাক প্ৰেছ ক্লাবৰ এজন জ্যেষ্ঠ সাংবাদিক। জ্যেষ্ঠ সাংবাদিক প্ৰদ্যুৎ মহন্ত বোকাখাতৰ ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এছ’চিয়েশ্যন চমুকৈ ‘ইমজা’ৰ সম্পাদক। ইফালে নুমলীগড় আৰু মৰঙীৰ বাবে দীৰ্ঘ দিন সেৱা আগবঢ়াই অহা প্ৰিয়ংদ্বীপ কাকতিও অঞ্চলটোৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক।

১৭ নৱেম্বৰত কমাৰগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিশেষ কাৰ্যসূচীত এই তিনি গৰাকী সাংবাদিকক এই বঁটা প্ৰদান কৰিব বুলি কমাৰগাঁও প্ৰেছ ক্লাবে জনাইছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd