DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী সোণোৱাল-ৰঞ্জিত দাসে ক্ষমা নোখোজা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ হুংকাৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
December 23, 2018 8:16 am
290
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ‌সভাপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দল সন্দৰ্ভত আগবঢ়োৱা অশোভনীয় মন্তব্যৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে। ২২ ডিচেম্বৰত বৰপেটা চহৰত কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে মুখ্য মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰে।

এন এছ ইউ আইৰ জিলা সভাপতি মাহবুবুৰ ৰহমানৰ নেতৃত্বত বৰপেটা ৰাজীৱ ভৱনৰ সন্মুখত শনিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ৰঞ্জিত কুমাৰ দাস মুৰ্দাবাদ, বে জে পি গ’ বেক, ৰাহুল গান্ধী জিন্দাবাদ, এন এছ ইউ আই জিন্দাবাদ’ আদি বিভিন্ন শ্ল’গান দিয়ে।

লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ক্ষমা নোখোজা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে উপস্থিত এন এচ ইউ আইৰ নেতা-কৰ্মীসকলে ৷

উল্লেখযোগ্য যে ২০ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিখিল ভাৰত কংগ্ৰেছ দলৰ ‌সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে বিৰূপ মন্তব্য দিয়াৰ লগতে কংগ্ৰেছ দল “বেইমান”ৰ দল বুলি মন্তব্য কৰিছিল। ৰাহুল গান্ধী আৰু কংগ্ৰেছ দল সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়োৱা এনে অশোভনীয় মন্তব্যৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই পৰহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ২১ ডিচেম্বৰত বৰপেটাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে।

২২ ডিচেম্বৰত পুনৰ কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি মুখ্য মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক সকীয়াই দিয়ে। যিহেতু পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও ৰাহুল গান্ধীক “ননচেঞ্চ” সাংসদ বুলি উপলুঙাসূচক মন্তব্য প্ৰদান কৰিছিল।

Recent News

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd