• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

উত্তম শইকীয়া by উত্তম শইকীয়া
January 25, 2021 7:37 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বােকাখাতটো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্রীয় ভােটাৰ দিৱস উদযাপন কৰা হয়।

এই উপলক্ষ্যে বােকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত মহকুমাধিপতি বিপুল দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাত মহকুমাটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক, সাংবাদিক, ছাত্র-ছাত্রী, বি এল অ আৰু বিষয়া-কমচাৰী সকল উপস্থিত থাকে।

Apply Now

অনুষ্ঠানত মহকুমাধিপতি বিপুল দাসে দিয়া ভাষণ প্ৰসংগত ৰাষ্ট্রীয় ভােটাৰ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে।

সভাত কেইবাগৰাকীও বক্তাই ভােটাৰ দিৱসৰ বিভিন্ন দিশ পর্যালােচনা কৰি এখন সুস্থ আৰু নিকা চৰকাৰ গঠনত নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলােকে আহ্বান জনায়।

ৰাষ্ট্ৰীয় ভােটাৰ দিৱসৰ লগত সংগতি ৰাখি বােকাখাত নির্বাচনী বিভাগৰ তৰফৰ পৰা ৯২ নং বােকাখাত বিধানসভা সমষ্টিৰ চাৰি গৰাকী শতায়ু গৰকা জেষ্ঠ্য ভােটাৰ ক্রমে ৫৯নং ভােটদান কেন্দ্রৰ ধুলে পেগু, ১০৪ নং ভােটদান কেন্দ্রৰ গােলাপী তাঁতী আৰু গাদুমী মৰাং, ৫১ নং ভােটদান কেন্দ্রৰ বলোৰাম হাজৰিকাক নিজ বাসগৃহত সম্বর্ধনা জনায়।

ৰাষ্ট্রীয় ভােটাৰ দিৱস উপলক্ষ্যে বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ত বােকাখাত নিৰ্বাচনী কাৰ্যালয়ৰ উদ্যোগত ছাত্র-ছাত্রীসকলৰ মাজত কুইজ প্রতিযােগিতাও অনুষ্ঠিত কৰা হয়।

উক্ত কুইজ প্রতিযােগিতাত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্রমে জ্ঞান মার্গ একাডেমিৰ ৰোহিত ৰাৱট আৰু টিনা দাস, চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ বিপ্লৱ ছেত্রী আৰু আশীষ শর্মা, বেষ্ট একাডেমিৰ গৌৰৱ হাজৰিকা আৰু স্নেহা বৰা বাঢ়ৈ।

উল্লেখযােগ্য যে সভাৰ আৰম্ভণিতে মহকুমা নিৰ্বাচনী বিভাগৰ উদ্যোগত ভােটাৰ সজাগতাৰ বাবে এখনি চুটি নাট প্রদর্শন কৰাৰ লগতে বােকাখাতৰ বিভিন্ন এলেকাত বাটৰ নাট আৰু ফ্লেছ ম’ব ডান্স প্রদর্শন কৰা হয়।

ইফালে আজি বোকাখাত পৌৰসভাৰ উদ্যোগত বোকাখাত নগৰ এলেকাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনৰ আৱাস গৃহ লাভ কৰি নিমাৰ্ণ কাৰ্য্য সম্পূৰ্ণ কৰা মুঠ চাৰিটা ঘৰত “গৃহ প্ৰৱেশ সমাৰোহ” অনুস্থিত হয় ৷

এই অনুষ্ঠানত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, বোকাখাত পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া মানসজ্যোতি নাথ, প্ৰধান মন্ত্রী আৱাস যোজনাৰ গোলাঘাট জিলা প্ৰকল্প পৰিচালক  শংকৰ প্ৰসাদ বিশ্বাস আৰু পৌৰসভাৰ বিভাগীয় কৰ্মচাৰীৰ উপস্থিত থাকে ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd