• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশজোৰা শ্ৰমিক ধৰ্মঘটৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গ’ল অসমৰ বিভিন্ন প্ৰান্তত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2025 4:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষৰ দহটা ট্ৰেড ইউনিয়নে ৯ জুলাইত আহ্বান কৰা দেশজোৰা শ্ৰমিক ধৰ্মঘটে অসমৰ বিভিন্ন অঞ্চলতো ব্যাপক প্ৰভাৱ পেলায় হয়। চৰকাৰৰ শ্ৰম আৰু কৃষি সম্পৰ্কীয় নীতিৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে এই ধৰ্মঘটৰ অহ্বান জনাইছিল আৰু দেশ জুৰি ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।

গুৱাহাটীত শতাধিক সংগঠনৰ সদস্যই খানাপাৰাত সমবেত হৈ চৰকাৰৰ কৰ্মসংক্ৰান্তীয় নীতিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। এজন প্ৰতিবাদকাৰীয়ে উল্লেখ কৰে যে চৰকাৰৰ সিদ্ধান্তই চালকসকলৰ জীৱিকা উপাৰ্জনত বাধাৰ সৃষ্টি কৰিছে আৰু পৰিবহণ খণ্ডৰ সংকট দূৰ কৰিবলৈ জৰুৰী পৰিৱৰ্তনৰ প্ৰয়োজন।

Apply Now

বিশ্বনাথত ধৰ্মঘটৰ প্ৰভাৱ অধিক তীব্ৰ আছিল। ৰাজহুৱা পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে, দোকান-পোহাৰ বন্ধ হৈ যায়, আৰু চাহ বাগিচা তথা নিৰ্মাণ খণ্ডৰ শ্ৰমিকসকলে ৰাজপথত সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে মাহিলী নূন্যতম মজুৰি ২৬ হাজাৰ টকা আৰু চাহ শ্ৰমিকৰ বাবে উন্নত দৰমহাৰ দাবী জনায়।

যোৰহাটতো মিশ্ৰিত প্ৰভাৱ দেখিবলৈ পোৱা গ’ল। ৰাজহুৱা পৰিবহণ বন্ধ হৈ থকাৰ বিপৰীতে ব্যক্তিগত বাহনৰ চলাচল  অব্যাহত থাকে। বহুতো দোকান পহাৰ খোলা থকাৰ লগতে ব্যৱসায়িক কাম-কাজ চলি থাকে।

নলবাৰীত শ্ৰমিকসকলে চৰকাৰৰ ৰাজহুৱা সম্পত্তি ব্যক্তিগত কোম্পানীলৈ বিক্ৰীৰ নীতিৰ বিৰোধিতা কৰি ৰঙা পতাকা লৈ প্ৰতিবাদ মিছিল কৰে। স্থানীয় সংঘৰ এজন সদস্যই জোৰ দি কয় যে এই ধৰ্মঘটে দেশজুৰি শ্ৰমিক আৰু কৃষকৰ মাজত ঐক্য গঢ়ি তুলিছে।

ইফালে শিলচৰত ধৰ্মঘটৰ সঁহাৰি অঞ্চলভেদে ভিন্ন আছিল। কিছু অঞ্চলত বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ থকাৰ বিপৰীতে আন কিছু অঞ্চলত দৈনন্দিন কাম-কাজ স্বাভাৱিকভাৱে চলি থাকে। SUCI(C) আৰু AIDSOৰ দৰে সংগঠনে চৰকাৰৰ নীতিক অন্যায় বুলি অভিহিত কৰি প্ৰতিবাদ জনায়। ব্যাঘাতৰ মাজতো আৰক্ষীয়ে শৃংখলা বজাই ৰাখি যান-বাহনৰ চলাচল নিশ্চিত কৰে।

কেইবামাহ ধৰি চলি থকা আয়োজন আৰু আলোচনাৰ ফলত এই ধৰ্মঘটে ৰাজ্যৰ শ্ৰমিকসকলৰ মাজত সংহতি বৃদ্ধি কৰাত সহায় কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd