• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাও দুৰ্ঘটনাত সন্ধানহীন সকলক উদ্ধাৰৰ বাবে উপস্থিত ভাৰতীয় নৌ সেনাৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2019 6:11 pm
IMG-20190501-WA0004-750x375

উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযানৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মনিপুৰত প্ৰচণ্ড ধুমুহা বতাহৰ ফলত সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা তিনিগৰাকী লোকক উদ্ধাৰৰ বাবে নৌ সেনা বাহিনীৰ এটা উদ্ধাৰকাৰী দল ৰাজ্যখনত উপস্থিত হৈছে। বাৰজনীয়া দলটোত দুগৰাকী নাবিককে ধৰি দুগৰাকী হাইড্ৰ’গ্ৰাফাৰ আছে।

মঙলবাৰে, ভাৰতীয় বায়ু সেনা বাহিনীৰ বিশেষ বিমানযোগে বিশাখাপট্টনমৰ পৰা উদ্ধাৰ অভিযান চলোৱাৰ বাবে উপস্থিত হয় দলটো।

Apply Now

আনহাতে, উদ্ধাৰকাৰী দলটোৰ বিষয়া এগৰাকীয়ে প্ৰকাশ কৰা মতে দলটোৱে অত্যাধুনিক চ’নাৰ স্কেনাৰ যন্ত্ৰৰ লগতে প্ৰয়োজনীয় সা-সৰঞ্জামেৰে সৈতে উপস্থিত হৈছে। দলটোৱে এন ডি আৰ এফ আৰু স্থানীয় উদ্ধাৰকাৰী দলৰ সৈতে একেলগে উদ্ধাৰ অভিযান চলাব।

উল্লেখযোগ্য যে, দেওবাৰে প্ৰায় ৪ মান বজাত মনিপুৰত অহা প্ৰচণ্ড ধুমুহা, বৰষুণৰ ফলত কামজোং জিলাৰ মাপিথেল হ্ৰদত দুখন নাও দুৰ্ঘটনাৰ মুখত পৰিছিল।

নাও দুখনত ১২ জন ভ্ৰমণকাৰী আছিল। নাওঁৰীয়াই ৯ জন লোকক দুৰ্ঘটনাৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও এচ ৰাজীব (৩৫), এচ ৰোমেন (২৯) আৰু এন ৰানী (১৯) নামৰ তিনিগৰাকী লোক সন্ধানহীন হৈ আছে।

দেওবাৰৰ অহা প্ৰচণ্ড ধুমুহাজাকত ৰাজ্যখনৰ ঘৰ-দুৱাৰ, বিদ্যালয়কে ধৰি ব্যক্তিগত আৰু ৰাজহুৱা সা-সম্পত্তিৰ বিস্তৰ ক্ষয়-ক্ষতি হয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

June 14, 2026 10:25 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 14, 2026 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd