• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছোমালিয়াত ১৫ ভাৰতীয়ৰ সৈতে হাইজেক জাহাজ; উদ্ধাৰ কৰিবলৈ প্ৰেৰণ নৌসেনাৰ যুদ্ধজাহাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2024 2:33 pm
হাইজেক কৰা জাহাজ উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা আই এন এছ চেন্নাই যুদ্ধজাহাজ।

হাইজেক কৰা জাহাজ উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা আই এন এছ চেন্নাই যুদ্ধজাহাজ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফ্ৰিকাৰ ছোমালিয়াৰ উপকূলত ১৫ জন ভাৰতীয় ক্ৰু সদস্য থকা এখন জাহাজ হাইজেক কৰা হৈছে। জাহাজখনত লাইবেৰিয়াৰ পতাকা উৰুৱা আছিল। ভাৰতীয় নৌসেনাই জনোৱা মতে, বৃহস্পতিবাৰে (৪ জানুৱাৰী) সন্ধিয়া ছোমালিয়াৰ উপকূলৰ পৰা মালবাহী জাহাজখন অপহৰণ কৰা হয়। জাহাজখনৰ নাম ‘এম ভি লিলা নৰ্ফক’।

নৌসেনাই জনায় যে তেওঁলোকে অপহৰণৰ ঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ইতিমধ্যে সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে আই এন এছ চেন্নাই নামৰ এখন নৌসেনাৰ যুদ্ধ জাহাজ। বাতৰি মতে, অপহৰণ কৰা জাহাজখন নিৰীক্ষণৰ বাবে চোৰাংচোৱা বিমানো নিয়োগ কৰা হৈছে।

সূত্ৰ অনুসৰি ইতিমধ্যে জাহাজখনৰ ক্ৰু মেম্বাৰৰ সৈতে যোগাযোগ কৰা হৈছে। অৱশ্যে এই অপহৰণৰ আঁৰত কোন আছে সেই কথা নৌসেনাৰ তৰফৰ পৰা এতিয়াও প্ৰকাশ কৰা নাই ।

Apply Now

লগতে পঢ়কঃ মূৰৰ দাম ১ লাখ! আৰক্ষীৰ এনকাউণ্টাৰত নিহত কুখ্যাত গেংষ্টাৰ বিনোদ

নৌসেনাৰ মতে, আজি পুৱাৰ পৰাই তেওঁলোকৰ এখন পি ৮ আই মেৰিটাইম টহলদাৰী বিমানে হাইজেক কৰা জাহাজখনৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰিছে। বিমানখনৰ পৰাও জাহাজখনত থকাসকলৰ সৈতে যোগাযোগ কৰা হৈছে।

অপহৰণকাৰীসকলৰ সৈতে কথা পতাৰ অন্তত ভাৰতীয় ক্ৰু মেম্বাৰৰ সুৰক্ষা নিশ্চিত কৰা হয়। বিমানখনে জাহাজখনক অহৰহ নিৰীক্ষণ কৰি আছে। সহায়ৰ বাবে আই এন এছ চেন্নাইক সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। একে সময়তে অন্য দেশৰ নিৰাপত্তা সংস্থা আৰু অঞ্চলটোৰ বহুৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাৰ সৈতে সমন্বয়ৰে সামগ্ৰিক পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।

নৌসেনাই জনায় যে ভাৰতীয় নৌসেনাই আন্তঃৰাষ্ট্ৰীয় শক্তি আৰু বন্ধুত্বপূৰ্ণ বিদেশী শক্তিৰ লগতে অঞ্চলটোৰ বাণিজ্যিক জাহাজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

লগতে পঢ়কঃ চন্দ্ৰৰ পিছত সূৰ্য জয়! আদিত্য-এল১ মিছনৰ ডাঙৰ আপডেট; অধীৰ আগ্ৰহেৰে অপেক্ষা দেশবাসীৰ

লোহিত সাগৰ, এডেন উপসাগৰ আৰু মধ্য আৰু উত্তৰ আৰব সাগৰৰ কাষৰীয়া আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক চেনেলসমূহত শেহতীয়াকৈ আক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে। এই অঞ্চলত ইখনৰ পিছত সিখনকৈ বাণিজ্যিক জাহাজক আক্ৰমণ কৰা হৈছে। যোৱা মাহত আৰব সাগৰৰ সমীপত লাইবেৰিয়াৰ পতাকা থকা এম ভি কেম প্লুটো নামৰ এখন টেংকাৰক ড্ৰ’নে আক্ৰমণ কৰিছিল। সেই জাহাজখনতো ২১ জন ভাৰতীয় ক্ৰু মেম্বাৰ হিচাপে আছিল।

এম ভি কেম প্লুটোৰ উপৰিও ভাৰত অভিমুখী আন এখন বাণিজ্যিক তেল টেংকাৰো একেদিনাই দক্ষিণ লোহিত সাগৰত ড্ৰ’নে আক্ৰমণ কৰে। ফলত ভাৰতে সামুদ্ৰিক বাণিজ্যত নিৰাপত্তাৰ চিন্তা বৃদ্ধি কৰিছে।

লগতে পঢ়কঃ কম বয়সীয়া নাৰী পছন্দ আছিল বিল ক্লিণ্টনৰ! নাৰী নিৰ্যাতনকাৰী এপষ্টেইনৰ নথিত চাঞ্চল্যকৰ তথ্য

লেবাননৰ হুথী গোটে গাজাত ইজৰাইলৰ আক্ৰমণ বন্ধ নহ’লে এনেধৰণৰ আক্ৰমণ অব্যাহত ৰখাৰ হুংকাৰ দিছে। ইৰাণে মুকলিকৈ এই উগ্ৰপন্থী সংগঠনটোক সমৰ্থন কৰে। এই আক্ৰমণ প্ৰতিহত কৰিবলৈ পি ৮ আইয়ে আই এন এছ মৰ্মুগাও, আই এন এছ কোচি আৰু আই এন এছ কলকাতাৰ লগতে চোৰাংচোৱাগিৰিৰ বাবে টহলদাৰী বিমান মোতায়েন কৰে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd