• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিখৌৰ দুৰ্ঘটনা : এছ ডি আৰ এফ-এন ডি আৰ এফ ব্যৰ্থ; ভাৰতীয় নৌসেনাৰ ৮জনীয়া দল শিৱসাগৰত উপস্থিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 3, 2018 5:41 pm

1 min read

navy-rescue-570x320

শিৱসাগৰ অভিমুখী ইণ্ডিয়ান নেভিৰ দলটো।

102
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ দিখৌ নদীত গাড়ীসহ গোটেই পৰিয়ালটো ডুব যোৱা দুৰ্ঘটনাটোত পতিতসকলৰ দুদিনেও কোনো সন্ধান নোপোৱাৰ পিছত আজি শিৱসাগৰত উপস্থিত হৈছেহি ভাৰতীয় নৌসেনাৰ এটা ৮জনীয়া বিশেষজ্ঞৰ দল। অন্ধ্ৰ প্ৰদেশৰ পৰা অহা দলটোৱে আজি আবেলি ৪ বজাত প্ৰতিৰক্ষা বাহিনীৰ এখন বিশেষ বিমানেৰে যোৰহাটত উপস্থিত হৈ তাৰ পৰা গাড়ীৰে ঘটনাস্থলীলৈ ৰাওনা হয়।

মন কৰিব লগীয়া যে দুৰ্ঘটনাটোত পতিতসকলক বিচাৰি উলিয়াবলৈ যোৱা দুদিন ধৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰশমন বাহিনী (এছ ডি আৰ এফ আৰু এন ডি আৰ এফ) অশেষ চেষ্টা কৰিও সফল হোৱা নাই। গোটেই ৰাজ্যবাসীক মৰ্মাহত কৰা দুৰ্ঘটনাটোত পতিতসকলৰ শুংসূত্ৰ গভীৰ নদীৰ বুকুৰ পৰা বিচাৰি উলিওৱাত সহায় কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়, গৃহ মন্ত্ৰ্যালয়ৰ সৈতে কথা পাতিছিল। মুখ্য মন্ত্ৰীজনে ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰী (NDMA)ৰ পৰা সহায় বিচাৰিছিল।

উল্লেখযোগ্য যে যোৱা ১ ছেপ্তেম্বৰত এখন ছুইফট ডিজায়াৰ গাড়ীৰ সৈতে হৰেন বৰা নামৰ ব্যক্তিজন, তেওঁৰ মাক, পত্নী, দুই জীয়েক নদীত ডুব গৈছিল। তাৰ পিছত অনেক চেষ্টা কৰিও তেওঁলোকৰ সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে। মুঠ ১০-১৫ নাও লৈ এছ ডি আৰ এফ, এন ডি আৰ এফ, পেৰা কমাণ্ডো বাহিনীয়ে অহৰহ চেষ্টা চলাই গৈছে। পানীৰ গভীৰতা আৰু সোঁত প্ৰধান বাধা হৈ দেখা দিছে। এতিয়া ভাৰতীয় নৌসেনাৰ ৮জনীয়া দলটোৰ মুখলৈকে সকলোৱে চাই আছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd