• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যাবলৈ খুজিও থমকিব দুভৰি….. টিকি থাকিল অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ সংসাৰ

এবছৰৰ মূৰত পত্নীয়ে বাতিল কৰিলে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 9, 2021 8:02 pm

1 min read

যাবলৈ খুজিও থমকিব দুভৰি….. টিকি থাকিল অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ সংসাৰ
5.7k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সংসাৰ টিকি থাকিল বলিউডৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ।

এবছৰ পূৰ্বে অভিনেতাজনলৈ পত্নী আলিয়াই বিচ্চেদৰ জাননিপত্ৰ প্ৰেৰণ কৰিছিল।

বিচ্চেদৰ কাৰণ হিচাপে আলিয়াই কৈছিল যে নৱাজুদ্দিনৰ ভাতৃ ছামাছে তেওঁক অত্যাচাৰ কৰি আহিছিল।

কিন্তু আলিয়াই এতিয়া সিদ্ধান্ত সলনি কৰি বিচ্ছেদৰ জাননিখন উঠাই লৈছে।

উল্লেখযোগ্য যে আলিয়াৰ কভিড পজিটিভ হৈছিল।

সিদ্ধান্ত সলনিৰ কাৰণ হিচাপে তেওঁ কয় যে তেওঁ কভিড পজিটিভ হোৱাৰ পাছত অভিনেতাজনে তেওঁলোকৰ সন্তানৰ লগতে তেওঁকো প্ৰতিপালন কৰাৰ বাবে আলিয়াৰ পুনৰ নৱাজুদ্দিনক ভাল লাগে।

”তেওঁ আমাৰ প্ৰাৰ্থক্যবিলাক আঁতৰাই ৰাখি মোক চোৱা-চিতা কৰিছিল। যেতিয়াই মই মানসিক চাপত থাকো, তেতিয়াই তেওঁ মোক সহায় কৰিছিল। এই মহামাৰীটোৱে মোৰ চকু মুকলি কৰি দিলে। আমাৰ সন্তানৰ বাবে আমি প্ৰয়োজন।”- আলিয়াই কয়।

৪৬ বছৰীয়া নৱাজুদ্দিনৰ স’তে আলিয়াই দহ বছৰধৰি সংসাৰ কৰি আহিছে।

সংসাৰৰ ফলস্বৰুপে য়ানী আৰু শ্ব’ৰা নামৰ দুটা সন্তানো তেওঁলোকৰ আছে।

বৰ্তমান তেওঁলোকে পৃথকে পৃথকে আছে।

এই সন্দৰ্ভত অভিনেতাজনে কয় যে তেওঁ পত্নীৰ খেয়াল ৰাখি যাব আৰু এইক্ষেত্ৰত তেওঁ দুই সন্তানক প্ৰাধান্য দিছে।

বৰ্তমান অভিনেতাজন ‘ন মেনছ লেণ্ড’ আৰু ‘জাগিৰা চাৰা ৰা ৰা’ নামৰ চিনেমা দুখনৰ কামত ব্যস্ত আছে।

Recent News

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

Oxygen-tanker-leaked

শোকাৱহ: চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ ‘লিক’ হৈ ভয়াৱহ পৰিস্থিতি, ২২ ৰোগীৰ কৰুণ মৃত্যু

josu4lr8_dr-manisha-jadhav-mumbai-doctor-covid19-facebook_625x300_21_April_21

ফেইচবুক লাইভেৰে বিদায় লোৱাৰ পিছতে মৃত্যুক আকোৱালি ল’লে কোভিড আক্ৰান্ত এগৰাকী চিকিৎসকে

images.jpeg-11(1)

গোলাঘাটত কোভিড-১৯ সম্পৰ্কীয় বিশেষ নিৰ্দেশনা জাৰি কৰিলে উপায়ুক্তই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd