• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ মহলাত নামভৰ্তিৰ আশা পূৰণ হোৱাৰ পথত”! ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ শীর্ষ স্থানপ্ৰাপ্ত বোকাখাতৰ নয়ন ৰঞ্জন শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
June 15, 2024 7:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ মহলাত নামভৰ্তিৰ আশা পুহি ৰাখি তিনি বছৰৰ আগতে যি সপোন দেখিছিলো সেই সপোন মোৰ পূৰ্ণ হোৱাৰ পথত। চি এন বি মহাবিদ্যালয়ৰ শিক্ষা গুৰু সকলে সেই সপোন পূৰণ হোৱাত সহায় কৰাৰ বাবে মই চিৰ কৃতজ্ঞ।” আজি চি এন বি মহাবিদ্যালয়ত অনুষ্ঠিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালযয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পদার্থ বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা নয়ন ৰঞ্জন শৰ্মাই এনেদৰে কয়। বোকাখাত সেউজীপাৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক বুবুল শৰ্মা আৰু প্ৰনতি দেৱীৰ কনিষ্ঠ সন্তান নয়নে ভবিষ্যতে গবেষণাৰ বাবে “ভাবা পাৰমাণৱিক গৱেষণাগাৰ”ৰ সপোন দেখাৰ কথাও উল্লেখ কৰে।

পদার্থবিজ্ঞান বিভাগৰ শিক্ষকদ্বয় ৰঞ্জিত তামুলী আৰু বিদ্যুৎ বিকাশ শইকীয়াই আয়োজন কৰা অনুষ্ঠানটি অধ্যক্ষ ড° সুৰজিৎ দত্তই পৰিচালনা কৰে। অধ্যক্ষ দত্তই নিয়মিতভাবে অধ্যয়ন কৰাৰ উপৰিও মহাবিদ্যালয়ৰ এন এচ এচকে ধৰি সকলো অনুষ্ঠানত সক্ৰিয় ভূমিকা পালন কৰাৰ বাবে ছাত্র জনক ধন্যবাদ জ্ঞাপন কৰে। গবেষণা পত্রৰ উপৰি প্ৰান্তিকৰ বাবে লিখামেলা কৰা, আন্তঃ মহাবিদ্যালয় বক্তৃতা প্ৰতিযোগিতাত অংশগ্রহণ কৰি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই অনা নয়নক মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শৰৎ চন্দ্র দত্ত আৰু পৰিচালনা সমিতিৰ সভাপতি ড° বাবুলাল ম’ৰে ভূয়সী প্ৰশংসা কৰে।

চি এন বি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক মহাবীৰ প্ৰসাদ আগৰৱালা, জিতু শৰ্মা ৰাজখোৱা আৰু শৰৎ ৰঞ্জন শৰ্মাই গামোচা আৰু উপহাৰেৰে অভিনন্দন জনোৱাৰ লগতে ভবিষ্যতে আৱশ্যক অনুযায়ী আৰ্থিক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উপাধ্যক্ষ ড° হৰি প্ৰসাদ নাথে তৃতীয় বাৰৰ বাবে পদার্থ বিজ্ঞান বিভাগে বিশ্ববিদ্যালয়ৰ শীৰ্ষ স্থান লাভ কৰাৰ বাবে বিভাগীয় শিক্ষক সকলক অভিনন্দন জ্ঞাপন কৰে। পদার্থ বিজ্ঞান বিভাগৰ হৈ মৌচুম গগৈয়ে সকলোকে কৃতজ্ঞতা জনাই অনুষ্ঠানটো সামৰনি ঘটায়।

Apply Now
উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd