• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বলিউদ ড্ৰাগছ কাণ্ড : এনচিবিৰ চাৰ্জশ্বিটক অন্তঃসাৰশূণ্য আখ্যা ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 6, 2021 6:25 pm

1 min read

বলিউদ ড্ৰাগছ কাণ্ড : এনচিবিৰ চাৰ্জশ্বিটক অন্তঃসাৰশূণ্য আখ্যা ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তাৰ
396
VIEWS
Share on FacebookShare on Twitter

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰোৱে (এন.চি.বি.) দাখিল কৰা চাৰ্জশ্বিটখন অন্তঃসাৰশূণ্য বুলি অভিহিত কৰিছে অন্যতম অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তা সতীশ মানছিন্দেই।

উল্লেখযোগ্য যে শুকুৰবাৰে এন.চি.বি.য়ে ১১,৭০০ পৃষ্ঠাৰ এখন চাৰ্জশ্বিট দাখিল কৰিছে, য’ত ৩৩ জন অভিযুক্তৰ ভিতৰত ৰিয়া চক্ৰৱৰ্তীৰ লগতে অভিনেত্ৰীগৰাকীৰ ভাতৃ শ্ব’ৱিকো আছে।

ইণ্ডিয়া টুডে টিভিৰ স’তে শুকুৰবাৰে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত অধিবক্তাজনে কয় যে চাৰ্জশ্বিটখন আশানুৰূপভাৱেই প্ৰস্তুত কৰা হৈছে।

ইয়াৰ দ্বাৰা যিকোনো প্ৰকাৰে ৰিয়া চক্ৰৱৰ্তীক জগৰীয়া কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ কয়।

‘‘ৰিয়া চক্ৰৱৰ্তী অবিহনে, এই কেচটোৰ কোনো বিশেষ উপাদান নাই।’’ তেওঁ কয়।

অধিবক্তাজনে আৰু কয় যে ৩৩ জন অভিযুক্তৰ পৰা যিমান পৰিমাণৰ নিচাজাতীয় দ্ৰব্য সংগ্ৰহ কৰা হৈছে,  এখন চাৰ্জশ্বিটৰ সিমানখিনি পৰ্যাপ্ত পৰিমাণৰ নহয়।

এটা সামান্য আৰক্ষী অভিযানতে সিমানখিনি নিচাজাতীয় দ্ৰব্য সংগ্ৰহ কৰিব পাৰি বুলি জনায়।

‘‘হয়তু অভিযোগসমূহ মিছা, অন্যথা সঁচা কথাটো ভগৱানেহে জানে!’’ অধিবক্তাজনে কয়।

অধিবক্তাজনে কয় যে চাৰ্জশ্বিটত থকা সাক্ষ্যপ্ৰমাণসমূহ ক্ষুদ্ৰ পৰিমাণৰ আৰু ই পৰ্যাপ্ত নহয়।

তদুপৰি অধিবক্তাজনে আশা প্ৰকাশ কৰে যে শেষত তেওঁলোকেই গোচৰটোত বিজয়ী হৈ শেষ হাঁহি মাৰিব।

Recent News

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

Mantri

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd