• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৱা ২৪ ঘণ্টাত ৪৪ হাজাৰ ৩৭৬ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 25, 2020 1:02 pm

1 min read

যোৱা ২৪ ঘণ্টাত ৪৪ হাজাৰ ৩৭৬ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত

প্ৰতিনিধিত্বমূলক চিত্ৰ

8.6k
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’না আক্ৰান্তৰ মুঠ সংখ্যা অতিক্ৰম কৰিলে ৯২ লাখৰ ঘৰ। যোৱা ২৪ ঘণ্টাত ৪৪ হাজাৰ ৩৭৬ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

এতিয়া দেশত মুঠ ক’ৰ’নাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৯২,২২,২১৭ গৰাকী।

আনহাতে যোৱা ২৪ ঘণ্টাত ক’ৰ’নাই প্ৰাণ কাঢ়ি নিছে ৪৮১ গৰাকী লোকৰ। ক’ৰ’নাৰ ফলত এই পৰ্যন্ত মুঠ ১,৩৪,৬৯৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বুধবাৰে ৰাতিপুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি দেশত বৰ্তমান ৪,৪৪,৭৪৬ গৰাকী সক্ৰিয় ৰোগী আছে।

দেশবাসীৰ বাবে এটাই ভাল খবৰ যে সক্ৰিয় ক’ৰ’না ৰোগীৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক।

এই পৰ্যন্ত ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠিছে ৮৬,৪২,৭৭১ গৰাকী।

দেশত এতিয়া আৰোগ্যৰ হাৰ ৯৩.৭১ শতাংশলৈ বৃদ্ধি পাইছে।

আনহাতে যোৱা ২৪ ঘণ্টাত দেশৰ ১১ লাখৰো অধিক লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। আই চি এম আৰে জনোৱা অনুসৰি ২৪ নৱেম্বৰৰ দিনটোত ১১,৫৯,০৩২ গৰাকীৰ ক’ৰ’না টেষ্ট কৰিছে।

এই পৰ্যন্ত দেশত মুঠ ১৩,৪৮,৪১,৩০৭ গৰাকীৰ ক’ৰ’না টেষ্ট কৰা হৈছে।

Recent News

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd