Assam Career : NECTARত পদ খালী, কি পদৰ বাবে কেনেদৰে কৰিব আবেদন?
নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্ছ (এনএইচআৰটি) মেঘালয়ে জ্যেষ্ঠ পৰামৰ্শদাতা পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন আমন্ত্ৰণ কৰিছে।
পদৰ নাম : জ্যেষ্ঠ পৰামৰ্শদাতা
পদৰ সংখ্যা : ১
দৰমহা : ৭০,০০০/- টকা ৭৫,০০০/- টকা
অত্যাৱশ্যকীয় অৰ্হতা : কৃষি / কৃষি অৰ্থনীতি / এপিকালচাৰত ডক্টৰেট বা স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা সমতুল্য
অত্যাৱশ্যকীয় অভিজ্ঞতা: বহনক্ষম কৃষি/ উদ্যানপালন/ এপিকালচাৰ/ গ্ৰামোন্নয়ন আৰু আনুষঙ্গিক ক্ষেত্ৰৰ বিকাশসম্পৰ্কীয় প্ৰকল্পবোৰ পৰিচালনা কৰাৰ নূন্যতম ২৫ বছৰৰ অভিজ্ঞতা থাকিলে ভাল। বিশেষকৈ চৰকাৰী খণ্ডত অভিজ্ঞতা থকাসকলে অগ্ৰাধিকাৰ পাব।
Also read : Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?
আকাংক্ষিত অভিজ্ঞতা: প্ৰকল্পৰূপায়ণৰ নীতি প্ৰণয়ন আৰু পৰিকল্পনা অন্তৰ্ভুক্ত কৰি জ্যেষ্ঠ পদত চৰকাৰী খণ্ডত কাম কৰাৰ অভিজ্ঞতা।
উৰ্ধতম বয়সৰ সীমা : ৬৩ বছৰ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৩১ জুলাই, ২০২২ ৰ ভিতৰত recruitment@nectar.org.in ইমেইল আইডিলৈ কেৱল অনলাইনত পৰিশিষ্ট-১ত দিয়া নিৰ্ধাৰিত প্ৰ-পত্ৰত আবেদন প্ৰেৰণ কৰিব পাৰে
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
https://www.nectar.org.in/img/