• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 8:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ডাবল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা আৰু পাকিস্তানৰ পেৰিছ অলিম্পিক ২০২৪ৰ স্বৰ্ণ পদক বিজয়ী আশ্বাৰ্দ নাদীমৰ সৈতে প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব। ২০২৫ চনৰ ১২ জুলাইত আয়োজকসকলে নিশ্চিত কৰা মতে ২০২৫ চনৰ ১২ আগষ্টত পোলেণ্ডৰ চিলেছিয়া ডাইমণ্ড লীগত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত ৰিমেচখন।

২০২৫ চনত ২৭ বছৰীয়া চোপ্ৰাই মে’ মাহত ডোহা ডাইমণ্ড লীগত ৯০.২৩ মিটাৰ থ্ৰ’ৰে ৯০ মিটাৰৰ অভিলেখ ভংগ কৰিছিল। ৫ জুলাইত বেংগালুৰুত অনুষ্ঠিত হোৱা উদ্বোধনী নীৰজ চোপ্ৰা ক্লাছিক (৮৬.১৮ মিটাৰ)ত জয়লাভ কৰিছিল। ৩১ মে’ত দক্ষিণ কোৰিয়াৰ গুমিত অনুষ্ঠিত হোৱা এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ৮৬.৪০ মিটাৰ থ্ৰ’ৰে সোণৰ পদক জয় কৰিছিল।

Apply Now

টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ (২০২৫ চনৰ ১৩-২১ ছেপ্টেম্বৰ)ৰ বাবে ছিলেছিয়া ডাইমণ্ড লীগ, য’ত চোপ্ৰাই ২০২৩ চনৰ খিতাপ ৰক্ষা কৰাৰ লক্ষ্য ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

July 2, 2026 3:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd